অল ইন্ডিয়া ৰেডিঅ' গুৱাহাটী কেন্দ্ৰই জনপ্ৰিয় বাতৰি পৰিৱেশক আৰু সংগীত শিল্পী গোলাপ শইকীয়া সোঁৱৰণত অনুষ্ঠিত কৰা তৃতীয় বৰ্ষৰ বাতৰি পৰিৱেশন প্ৰতিযোগিতাত দুশৰো অধিক প্ৰতিযোগীৰ মাজৰ পৰা নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত ভোগপুৰ শংকৰদেৱ মজলীয়া বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী জবাবৰ্ণা শইকীয়াই (ক) শাখাত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় । যোৱা ২৫ ছেপ্তেম্বৰ তাৰিখে গুৱাহাটী অঁনাতাৰ কেন্দ্ৰৰ মুল কাৰ্যালয় চৌহদত কেন্দ্ৰ পৰিচালকৰ উপস্থিতিত গীতে মাতে কথা আৰু কবিতাৰে অনুষ্ঠিত কৰা এক গাম্ভীৰ্ষপূৰ্ণ পৰিৱেশত ছাত্ৰীগৰাকীক প্ৰশংসা পত্ৰ, এটা ট্ৰফী আৰু নগদ দুহেজাৰ টকা পুৰস্কাৰ হিচাপে গ্ৰহণ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
5 FOODS TO FIX YOUR GUT | By GunjanShouts
5 FOODS TO FIX YOUR GUT | By GunjanShouts
राहुलजी गांधी यांच्या भारत जोडो यात्रेस बीड तालुक्यातुन हजारो कार्यकर्ते सहभागी होणार - गणेश बजगुडे पाटील
बीड (प्रतिनिधी) देशभरात सध्या सुरु असलेली राहुलजी गांधी यांची "कन्याकुमारी ते काश्मीर" भारत जोडो...
சந்திரயான்3 விண்கலத்தின் இறுதி சுற்றுப்பாதைக்கு உயர்த்தும் பணி வெற்றிகரமாக நிகழ்த்தப்பட்டது: இஸ்ரோ தகவல்
பெங்களூரு: சந்திரயான்3 விண்கலத்தின் 5வது மற்றும் இறுதி சுற்றுப்பாதைக்கு உயர்த்தும் பணி...