অল ইন্ডিয়া ৰেডিঅ' গুৱাহাটী কেন্দ্ৰই জনপ্ৰিয় বাতৰি পৰিৱেশক আৰু সংগীত শিল্পী গোলাপ শইকীয়া সোঁৱৰণত অনুষ্ঠিত কৰা তৃতীয় বৰ্ষৰ বাতৰি পৰিৱেশন প্ৰতিযোগিতাত দুশৰো অধিক প্ৰতিযোগীৰ মাজৰ পৰা নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত ভোগপুৰ শংকৰদেৱ মজলীয়া বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী জবাবৰ্ণা শইকীয়াই (ক) শাখাত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় । যোৱা ২৫ ছেপ্তেম্বৰ তাৰিখে গুৱাহাটী অঁনাতাৰ কেন্দ্ৰৰ মুল কাৰ্যালয় চৌহদত কেন্দ্ৰ পৰিচালকৰ উপস্থিতিত গীতে মাতে কথা আৰু কবিতাৰে অনুষ্ঠিত কৰা এক গাম্ভীৰ্ষপূৰ্ণ পৰিৱেশত ছাত্ৰীগৰাকীক প্ৰশংসা পত্ৰ, এটা ট্ৰফী আৰু নগদ দুহেজাৰ টকা পুৰস্কাৰ হিচাপে গ্ৰহণ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભારતમાં મંકીપોક્સથી પ્રથમ મૃત્યુ? કેરળમાં મૃત્યુ પામેલા વ્યક્તિમાં જોવા મળ્યો વાયરસ
કેરળના એક વ્યક્તિનું શનિવારે મોત થયું હતું. તે હાલમાં જ યુએઈથી પરત આવ્યો હતો. હવે તેના ટેસ્ટ...
થરાદ બેઠક પરથી ગુલાબસિંહ રાજપૂતે એ ભર્યું ફોર્મ@Live24 NewsGujarat
થરાદ બેઠક પરથી ગુલાબસિંહ રાજપૂતે એ ભર્યું ફોર્મ@Live24 NewsGujarat
3 दिग्गज खिलाड़ियों के बीच Portfolio का दमदार मुकाबला, कौन मारेगा बाजी?|Khiladi No.1 | Business News
3 दिग्गज खिलाड़ियों के बीच Portfolio का दमदार मुकाबला, कौन मारेगा बाजी?|Khiladi No.1 | Business News
પાટણ : સરકારી અનાજનો જથ્થો બારોબાર પગ કરી જવાની ઉઠી બુમ | SatyaNirbhay News Channel
પાટણ : સરકારી અનાજનો જથ્થો બારોબાર પગ કરી જવાની ઉઠી બુમ | SatyaNirbhay News Channel