▪️যোৱা নিশা উজনী মাজুলী নয়াবজাৰৰ সমিপত সংঘটিত হ'য় এক ভয়াবহ পথ দুৰ্ঘটনা ! 

▪️নিশা জেংৰাইমুখৰ পৰা নয়াবজাৰৰ দিশত আহি থকা ----- নম্বৰৰ এখন hero super spelendor বাহনত আহি থকা দুজন আৰোহীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা পকা পোষ্টত খুন্দা মাৰে !

▪️নিশাৰ আন্ধাৰৰ বাবে ভালদৰে দেখা নাপালে টাৰণিং ! 

▪️সংকতজনক ভাৱে দুয়োজনকে চিকিৎসালয়লৈ প্ৰেৰণ ! 

▪️দুয়োজনৰে ঘৰ মাজুলীৰ গড়মূৰৰ মিলনপুৰত বুলি জানিব পৰা গৈছে ! 

▪️কেইজনমান সাংবাদিক নয়াবজাৰৰ আৰক্ষীৰ তথা স্থানীয় ৰাইজৰ সহযোগত দুয়োজনকে আৰক্ষীৰ বাহনতে চিকিৎসালয়লৈ প্ৰেৰণ