মহানগৰীৰ যোৰাবাটৰ ৰবৰ ফেক্টৰীত অঘটন, দপদপকৈ জ্বলি উঠিল ফেক্টৰীটো l কেৱল যোৰাবাটতে আমচাং অভয়াৰণ্যৰ গাতে 25 তাতকৈ অধিক প্রদূষণযুক্ত কল কাৰখানা গঢ়ি উঠিছে বিজেপি চৰকাৰৰ ছাত্ৰছাঁয়াত। যিটো সময়ত BJP চৰকাৰে প্ৰদুখনমুক্ত অসম গঢ়াৰ কথা কৈ সাধাৰণ ৰাইজৰ ওপৰত কৰৰ সন্ত্ৰাস নমাই আনিছে সেই সময়তে আমচাং অভয়াৰণ্যৰ দাঁতি কাষতে চিমেণ্ট, কয়লা, বেটেৰী আদি প্ৰদুখনযুক্ত কল কাৰখানা স্থাপন কৰিবলৈ চৰকাৰে অনুমতি দিছে। এই অভিযোগ kmss ৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कैसे दूर होंगे Brain Tumour से जुड़े भ्रम? जानिए काउंसलर भावना रावलानी से...
कैसे दूर होंगे Brain Tumour से जुड़े भ्रम? जानिए काउंसलर भावना रावलानी से...
কমনৱেলথ গেমছ 2022 ৰ ভাৰতৰ প্ৰথমটো সোণৰ পদক অর্জন
কমনৱেলথ গেমছ 2022 ৰ ভাৰতৰ প্ৰথমটো সোণৰ পদক অর্জন উত্তৰ পূৱৰ লগতে সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে...
कांग्रेस सेवा दल द्वारा किया गया ध्वज वंदन एवं ध्वजारोहण
काँग्रेस शेवादल द्वारा किया गया ध्वज वंदन एवं ध्वजारोहण
अखिल भारतीय राष्टीय...
આશાદીપ ખાતે સાપ્તાહિક તાલીમના અંતે પ્રમાણપત્રો એનાયત કરાયા.
આશાદીપ માનવ વિકાસ કેન્દ્ર ખાતે સાત દિવસીય તાલીમમાં તાલીમાર્થીઓને પ્રમાણપત્ર એનાયત કરવામાં આવ્યા...
Rajkot-To-Delhi, लापरवाही की आग...Samachar Plus का इन जिलों में रियलिटी चेक ! | Fire Incident News
Rajkot-To-Delhi, लापरवाही की आग...Samachar Plus का इन जिलों में रियलिटी चेक ! | Fire Incident News