সমাজ কল্যাণমূলক বিহুনাম বিহু জুৰিলে একাংশ মহিলাই ৷ বাদুলিপাৰ পঞ্চায়ত আৰু গুলোংটেমেৰা পঞ্চায়তৰ সকলো অংগনবাড়ী কৰ্মী-সহায়িকাৰ উপস্থিতিত পুষ্টিমেলাৰ লগতে সজাগতা সভাত এনেকৈয়ে জুৰিলে বিহু । সমাজ কল্যাণমূলক বিহুনামেৰে বিহু গাই মহিলা সকলক সজাগ কৰাৰ চেষ্টা এইসকল কৰ্মীৰ ৷ গৰ্ভাৱতী মহিলা সকলে ল’বলগা সাৱধানতাৰ ওপৰত বিহুনাম ৰচি সুন্দৰভাৱে পৰিবেশন কৰে কৰ্মীসকলে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Tirupati Prasad Controversy: पूर्व राष्ट्रपति Ram Nath Kovind ने जताई चिंता, बताया पाप | Aaj Tak
Tirupati Prasad Controversy: पूर्व राष्ट्रपति Ram Nath Kovind ने जताई चिंता, बताया पाप | Aaj Tak
જોરાપુરા - કેશરપુરા દૂધ ઉત્પાદક મંડળી ખાતે જાગૃતિ કાર્યક્રમ યોજાયો.
કપડવંજ તાલુકાના જોરાપુરા - કેશરપુરા દૂધ ઉત્પાદક મંડળી ખાતે અમૂલ સંઘ દ્વારા ત્રણ દિવસીય જાગૃતિ...
દહેગામ થી નેરુ ચોકડી નજીક બન્યો બનાવ | SatyaNirbhay News Channel
દહેગામ થી નેરુ ચોકડી નજીક બન્યો બનાવ | SatyaNirbhay News Channel
NDA Government: Maharashtra के CM और JDU नेता ने '400 पार' के नारे से नुकसान का दावा किया | BJP
NDA Government: Maharashtra के CM और JDU नेता ने '400 पार' के नारे से नुकसान का दावा किया | BJP
গুৱাহাটী কলাক্ষেত্ৰত মুখা শিল্পৰ প্ৰদৰ্শন
মাজুলী চামগুৰি সত্ৰৰ সংগীত কলা কেন্দ্ৰৰ মুখা শিল্পৰ প্ৰদৰ্শন কৰে গুৱাহাটী কলাক্ষেত্ৰত। বিভিন্ন...