শিশু আৰু মাতৃ সকলৰ পৰিপুষ্টিৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে পালন কৰা হৈছে এই পোষণ মাহৰ ৷ পশ্চিম গোলাঘাট সংহত শিশু উন্নয়ন প্ৰকল্প,বোকাখাতৰ উদ্যোগত পোষণ মাহ উপলক্ষে লৈছে বিশেষ কায্যসূচী । বাদুলিপাৰ পঞ্চায়ত আৰু গুলোংটেমেৰা পঞ্চায়তৰ সকলো কৰ্মী-সহায়িকাৰ উপস্থিতিত পুষ্টিমেলাৰ লগতে সজাগতা সভা অনুষ্ঠিত হয় ৷ প্ৰকল্পটোৰ প্ৰকল্প বিষয়া, পোষন বিভাগৰ বিষয়-ববীয়া সকলে অংশ লোৱা সভাত শিশু- প্ৰসুতি মাতৃ আৰু গৰ্ভাৱতী মহিলা সকলে পুষ্টিকৰ আহাৰ তথা ঘৰতে উৎপাদন হোৱা সেউজীয়া শাক-পাচলি খোৱাৰ দিশত গুৰুত্ব দিয়া হয়। পোষন মাহৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে পোষণ বজাৰৰ । গৰ্ভাৱতী মহিলা সকলে কেনেধৰণৰ আহাৰ গ্ৰহণ কৰিব লাগে সেইসমূহ অতি সুন্দৰৰূপত উপস্থাপন কৰিছে কৰ্মীসকলে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભારત વિકાસ પરિષદ પોરબંદર દ્વારા ભારત કો જાનો પ્રશ્નમંચનુ આયોજન કરવામાં આવ્યું
ભારત વિકાસ પરિષદ પોરબંદર દ્વારા યોજાયેલ "ભારત કો જાનો " પ્રશ્નમંચ 2022 માં પોરબંદરની નવયુગ...
कांग्रेस नेता ने इमरजेंसी पर दिया जवाब, BJP ने बताई राजशाही की मानसिकता
कांग्रेस संसदीय दल की अध्यक्ष सोनिया गांधी ने प्रधानमंत्री नरेंद्र मोदी पर तीखा हमला बोलते हुए...
Breaking News: Indore candidate ने नाम लिया वापस, CM Mohan Yadav का Congress पर तंज
Breaking News: Indore candidate ने नाम लिया वापस, CM Mohan Yadav का Congress पर तंज
હાલોલ ખાતે ચેક રિટર્ન થવાના કેસમાં પ્લાસ્ટિક કંપનીના માલિકને હાલોલ નામદાર કોર્ટ દ્વારા 1 વર્ષની સજા ફટકારવામાં આવી.
હાલોલ નગરના ફુલાભાઈ પાર્ક ખાતે રહેતા કલ્પેશભાઈ સુખરામભાઈ શાહે હાલોલ જીઆઇડીસી ખાતે સંભવ પ્લાસ્ટિક...