ঐতিহাসিক শ্ৰীশ্ৰী খটৰা সত্ৰৰ অতিথিশালাত বিহু সুৰক্ষা সমিতি,অসমৰ কাৰ্যনিৰ্বাহক সভা এখন অনুষ্ঠিত হৈ যায়। দৰং জিলা বিহু সুৰক্ষা সমিতিৰ আতিথ্যত দুদিনীয়া কাৰ্যসূচীৰে ২৪ আৰু ২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হয় সভাখন । বিহু সুৰক্ষা সমিতি,অসমৰ সম্পাদক পৱিত্ৰ মহন ফুকনে উদ্দেশ্য ব্যাখ্যা কৰা সভাখন সঞ্চালনা কৰে ৰাজ্যিক সভাপতি যতীন গগৈয়ে। সমগ্ৰ অসমৰ ২৭ খন জিলা সমিতিৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাত আগন্তুক ২৩,২৪ আৰু ২৫ ডিচেম্বৰত ধেমাজি জিলাত অনুষ্ঠিত হ'বলগীয়া বিহু সুৰক্ষা সমিতিৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিবেশন সম্পৰ্কে আলোচনা কৰা হয়। ইয়াৰোপৰিও মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত বিহু বিষয়টি সংযোজন কৰা কাৰ্য খৰতকীয়া কৰিবলৈ উক্ত সভাৰ জৰিয়তে চৰকাৰৰ প্ৰতি আহ্বান জনোৱা বুলি জানিব দিয়ে বিহু সুৰক্ষা সমিতিৰ প্ৰচাৰ সম্পাদক কৃপাল ফুকনে। সভাখনৰ আয়োজক দৰং জিলা বিহু সুৰক্ষা সমিতিৰ সভাপতি হৰেন্দ্ৰ ৰাজবংশী, সম্পাদক দিপুল ডেকা প্ৰমুখ্যে বিষয়ববীয়া সকলৰ শলাগ লয় বিহু সুৰক্ষা সমিতি,অসমে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જસદણ માધવિપુર ગામમાં મારામારી ના બનાવમાં 12 લોકો વિરુદ્ધ જસદણ પોલીસ સ્ટેશનમાં ફરિયાદ નોંધાય
જસદણ માધવિપુર ગામમાં મારામારી ના બનાવમાં 12 લોકો વિરુદ્ધ જસદણ પોલીસ સ્ટેશનમાં ફરિયાદ નોંધાય (1)...
INDIA Alliance Meeting: Bihar में JDU ने 17 सीटों पर ठोका दावा, सुनें Nitish Kumar के मंत्री का बयान
INDIA Alliance Meeting: Bihar में JDU ने 17 सीटों पर ठोका दावा, सुनें Nitish Kumar के मंत्री का बयान
राजस्थान कांग्रेस प्रमुख गोविंद सिंह डोटासरा के बेटे को ईडी का नोटिस, कथित पेपर लीक केस से जुड़ा है मामला
देश में भ्रष्टाचार के खिलाफ ईडी का कार्रवाई लगातार जारी है। अब प्रवर्तन निदेशालय की ओर से...
3 से 6 अक्टूबर तक बारां प्रवास पर रहेंगे संघ प्रमुख मोहन भागवत
राष्ट्रीय स्वयंसेवक संघ प्रमुख मोहन भागवत बारां में तीन से छह अक्टूबर तक चार दिवसीय प्रवास पर...