ঐতিহাসিক শ্ৰীশ্ৰী খটৰা সত্ৰৰ অতিথিশালাত বিহু সুৰক্ষা সমিতি,অসমৰ কাৰ্যনিৰ্বাহক সভা এখন অনুষ্ঠিত হৈ যায়। দৰং জিলা বিহু সুৰক্ষা সমিতিৰ আতিথ্যত দুদিনীয়া কাৰ্যসূচীৰে ২৪ আৰু ২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হয় সভাখন । বিহু সুৰক্ষা সমিতি,অসমৰ সম্পাদক পৱিত্ৰ মহন ফুকনে উদ্দেশ্য ব্যাখ্যা কৰা সভাখন সঞ্চালনা কৰে ৰাজ্যিক সভাপতি যতীন গগৈয়ে। সমগ্ৰ অসমৰ ২৭ খন জিলা সমিতিৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাত আগন্তুক ২৩,২৪ আৰু ২৫ ডিচেম্বৰত ধেমাজি জিলাত অনুষ্ঠিত হ'বলগীয়া বিহু সুৰক্ষা সমিতিৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিবেশন সম্পৰ্কে আলোচনা কৰা হয়। ইয়াৰোপৰিও মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত বিহু বিষয়টি সংযোজন কৰা কাৰ্য খৰতকীয়া কৰিবলৈ উক্ত সভাৰ জৰিয়তে চৰকাৰৰ প্ৰতি আহ্বান জনোৱা বুলি জানিব দিয়ে বিহু সুৰক্ষা সমিতিৰ প্ৰচাৰ সম্পাদক কৃপাল ফুকনে। সভাখনৰ আয়োজক দৰং জিলা বিহু সুৰক্ষা সমিতিৰ সভাপতি হৰেন্দ্ৰ ৰাজবংশী, সম্পাদক দিপুল ডেকা প্ৰমুখ্যে বিষয়ববীয়া সকলৰ শলাগ লয় বিহু সুৰক্ষা সমিতি,অসমে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
इंदिरा गांधी की संपत्ति पाने के लिए राजीव ने बदला था 'विरासत कानून', पीएम मोदी का कांग्रेस पर चौतरफा हमला
नई दिल्ली। लोकसभा चुनाव प्रचार में राहुल और सोनिया गांधी पर हमला करने से एक कदम आगे...
ઓવરલોડ રેતી ભરેલા છ ડમ્પરો ઝડપાયા...
ઓવરલોડ રેતી ભરેલા છ ડમ્પરો ઝડપાયા...
સિહોર તાલુકામાં પણ હર ઘર ત્રિરંગા કાર્યકમ અંતગર્ત ગ્રામસભા યોજાશે
ભાવનગર જિલ્લામાં ‘હર ઘર જલ ઉત્સવ’ અને ‘હર ઘર તિરંગા’ કાર્યક્રમ અંતર્ગત...
Lok Sabha Election 2024: क्या देश में NOTA को माना जाएगा उम्मीदवार? | Aaj Tak
Lok Sabha Election 2024: क्या देश में NOTA को माना जाएगा उम्मीदवार? | Aaj Tak
શહેરા તાલુકાના ચાંદલગઢ ખાતે ભાજપ દ્વારા સ્નેહ સંમેલન કાર્યક્રમ યોજાયો
શહેરા તાલુકાના ચાંદલગઢ ખાતે ભાજપ દ્વારા સ્નેહ સંમેલન કાર્યક્રમ યોજાયો