ঐতিহাসিক শ্ৰীশ্ৰী খটৰা সত্ৰৰ অতিথিশালাত বিহু সুৰক্ষা সমিতি,অসমৰ কাৰ্যনিৰ্বাহক সভা এখন অনুষ্ঠিত হৈ যায়। দৰং জিলা বিহু সুৰক্ষা সমিতিৰ আতিথ্যত দুদিনীয়া কাৰ্যসূচীৰে ২৪ আৰু ২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হয় সভাখন । বিহু সুৰক্ষা সমিতি,অসমৰ সম্পাদক পৱিত্ৰ মহন ফুকনে উদ্দেশ্য ব্যাখ্যা কৰা সভাখন সঞ্চালনা কৰে ৰাজ্যিক সভাপতি যতীন গগৈয়ে। সমগ্ৰ অসমৰ ২৭ খন জিলা সমিতিৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাত আগন্তুক ২৩,২৪ আৰু ২৫ ডিচেম্বৰত ধেমাজি জিলাত অনুষ্ঠিত হ'বলগীয়া বিহু সুৰক্ষা সমিতিৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিবেশন সম্পৰ্কে আলোচনা কৰা হয়। ইয়াৰোপৰিও মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত বিহু বিষয়টি সংযোজন কৰা কাৰ্য খৰতকীয়া কৰিবলৈ উক্ত সভাৰ জৰিয়তে চৰকাৰৰ প্ৰতি আহ্বান জনোৱা বুলি জানিব দিয়ে বিহু সুৰক্ষা সমিতিৰ প্ৰচাৰ সম্পাদক কৃপাল ফুকনে। সভাখনৰ আয়োজক দৰং জিলা বিহু সুৰক্ষা সমিতিৰ সভাপতি হৰেন্দ্ৰ ৰাজবংশী, সম্পাদক দিপুল ডেকা প্ৰমুখ্যে বিষয়ববীয়া সকলৰ শলাগ লয় বিহু সুৰক্ষা সমিতি,অসমে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কলাইগাওৰ হাবিভাঙা গাওত ৰাইজৰ সৈতে মতবিনিময় কৰিলে বিধায়ক দুৰ্গা দাস বড়োৱে
কলাই গাঁৱৰ নাপ্তিপাৰা ভিচিডিচি অন্তৰ্গত হাবিভাঙাত ৰাইজৰ সৈতে মতবিনিময় কৰিলে বিধায়ক দুৰ্গাদাস...
চাকৰিৰ প্ৰলোভনেৰে চ'চিয়েল মেডিয়াত প্ৰবঞ্চনাৰ জাল।দেৰগাঁৱৰ এগৰাকী যুৱতী আৰু এজন যুৱকৰ নিচান
চাকৰিৰ প্ৰলোভনেৰে চ'চিয়েল মেডিয়াত প্ৰবঞ্চনাৰ জাল।দেৰগাঁৱৰ এগৰাকী যুৱতী আৰু এজন যুৱকৰ নিচান
૩૦મી રાષ્ટ્રીય બાળ વિજ્ઞાન પરિષદ અંતર્ગત ટીચર્સ ટ્રેનિંગ કાર્યક્રમ આંબેડકર ભવન ખાતે યોજાયો.
સમગ્ર દેશમાં રાષ્ટ્રીય બાળ વિજ્ઞાન પરિષદનું આયોજન કેન્દ્ર સરકારના વિજ્ઞાન અને પ્રૌદ્યોગિકી...
Bihar Flood News: बिहार के बाढ़ की अभी क्या है स्थिति? देखिए ग्राउंड रिपोर्ट | Aaj Tak
Bihar Flood News: बिहार के बाढ़ की अभी क्या है स्थिति? देखिए ग्राउंड रिपोर्ट | Aaj Tak
Breaking News: दिल्ली में 3 दिन और लागू रहेंगे GRAP-IV के रूल्स, SC ने दिया ये बड़ा आदेश | Aaj Tak
Breaking News: दिल्ली में 3 दिन और लागू रहेंगे GRAP-IV के रूल्स, SC ने दिया ये बड़ा आदेश | Aaj Tak