শনিবাৰে নিশাৰ ভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদগুৰুৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চফৰ কৰাৰ পিছতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যত। অভিযোগ অনুসৰি মুখ্যমন্ত্ৰীয়ে বন্যপ্ৰাণী আইন ১৯৭২ উলংঘা কৰি নিশা গাড়ীৰে উদ্যানত চাফাৰী কৰে যি একপ্ৰকাৰ আইনবিৰুদ্ধ।বন্যপ্ৰাণী আইন অনুসৰি নিশাৰ ভাগত উদ্যানত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আছে। আৰু ইয়াৰ পিছতেই কাজিৰঙাৰ লগতে ৰাজ্যজুৰী তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। মুখ্যমন্ত্ৰী, সদগুৰু আৰু জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে বোকাখাত আৰক্ষী চকীত এজাহাৰ দাখিল কৰে সমাজকৰ্মী সোণেশ্বৰ নৰহ আৰু প্ৰদীপ পেগুৱে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગારીયાધાર પક્ષના ઉમેદવાર ના આક્ષેપ બાબતે કલેકટર દ્વારા CCTV અને હથિયાધારી કર્મીઓ હોવાની વાત કહી
ગારીયાધાર પક્ષના ઉમેદવાર ના આક્ષેપ બાબતે કલેકટર દ્વારા CCTV અને હથિયાધારી કર્મીઓ હોવાની વાત કહી
દાંતા: સીઆરપીએફ દ્વારા અવેરનેસ કાર્યક્રમનું આયોજન કરાયું
દાંતા: સીઆરપીએફ દ્વારા અવેરનેસ કાર્યક્રમનું આયોજન કરાયું.
IPL 2024 हार कर भी SRH को मिले इतने पैसे, Virat Kohli के अवॉर्ड-प्राइज मनी का पता चला? Prize Money
IPL 2024 हार कर भी SRH को मिले इतने पैसे, Virat Kohli के अवॉर्ड-प्राइज मनी का पता चला? Prize Money
शिवसेनेच्या पाटोदा तालुका प्रमुख पदी राहुल चौरे यांची निवड
पाटोदा (प्रतिनिधी) शिंदे गटाच्या शिवसेनेच्या पाटोदा तालुका प्रमुख पदी युवानेते राहुल चौरे यांची...
ৰজাবাৰী পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয় নিশ্চিত বুলি মন্তব্য বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ
দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে প্ৰতিটো ৰাজনৈতিক দলে। বিশেষকৈ...