শনিবাৰে নিশাৰ ভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদগুৰুৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চফৰ কৰাৰ পিছতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যত। অভিযোগ অনুসৰি মুখ্যমন্ত্ৰীয়ে বন্যপ্ৰাণী আইন ১৯৭২ উলংঘা কৰি নিশা গাড়ীৰে উদ্যানত চাফাৰী কৰে যি একপ্ৰকাৰ আইনবিৰুদ্ধ।বন্যপ্ৰাণী আইন অনুসৰি নিশাৰ ভাগত উদ্যানত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আছে। আৰু ইয়াৰ পিছতেই কাজিৰঙাৰ লগতে ৰাজ্যজুৰী তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। মুখ্যমন্ত্ৰী, সদগুৰু আৰু জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে বোকাখাত আৰক্ষী চকীত এজাহাৰ দাখিল কৰে সমাজকৰ্মী সোণেশ্বৰ নৰহ আৰু প্ৰদীপ পেগুৱে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राजस्थान में अगले 2-3 दिन मूसलाधार बारिश! इन जिलों के लिए मौसम विभाग ने जारी किया अलर्ट
राजस्थान में बीतें शनिवार 21 जुलाई को कई स्थानों पर हल्की बारिश दर्ज की कई. वहीं, अगले 3-4 दिन...
पीएम मोदी की किस बात से प्रभावित है बॉलीवुड स्टार रणबीर कपूर,खुद उन्होंने बताया
फिल्मी जगत में ऐसे कई सितारे हैं, जिनकी दिलचस्पी अभिनय के अलावा राजनीति में भी है। कंगना रनौत...
নিশা ১২বজাত এডাল সাধাৰণ লাখুটিৰে বিষাক্ত ফেঁটী সাপ ধৰাত ব্যস্ত এজন যুৱক
তিতাবৰৰ ধলিচাহ বাগিচাৰ হাইদৰ আলি নামৰ লোকজনৰ ঘৰত উদ্ধাৰ প্ৰায় ৬ফুট দীঘল প্ৰকাণ্ড চকৰি ফেঁটী...
মৰিগাঁও জনসংযোগ বিষয়াৰ কাৰ্যালয়ত ' মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন ' সাংবাদিক, জনপ্ৰতিনিধিৰ মাজত বিতৰণ
মৰিগাঁও জনসংযোগ বিষয়াৰ কাৰ্যালয়ত ' মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন ' সাংবাদিক, জনপ্ৰতিনিধিৰ মাজত...
जगत में फ़ैल रही हिंसा दिखाई पड़ती हैं, मासूमों को ढाल बनाया जाता हैं, और फिर कोई हिंदू कोई मुसलमान नफ़रत की आग में जलता पनपता जाता हैं।
(ये पोस्ट जारी किए वायरल वीडीओ का सार हैं।)...