ৰাজ্যৰ সমান্তৰলকে দৰং জিলাটো আৰম্ভ হৈছে কোভিডৰ প্ৰাদুৰ্ভাৱ। বুধবাৰে দিন টোত জিলাখনত ১৫ জন লোকৰ শৰীৰত ধৰা পৰিছে কোভিড ১৯ ৰ উপস্থিতি। পহিলা জুলাই পৰা আজিলৈকে জিলাখনৰ ৪৫ জন লোক আক্রান্ত হৈছে কোভিডত। আক্ৰান্ত লোক সকলে নিজ নিজ ঘৰতে আচুতীয়াকে আছে। দৰং ৰ ৰাইজক সকলো কোভিড বিধি মানি চলিবলৈ আহ্বান জনাইছে দৰং জিলা স্বাস্থ্য বিভাগে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
देश के सभी एयरपोर्ट-बॉर्डर पर मंकीपॉक्स के लिए अलर्ट:दिल्ली के 3 अस्पतालों में आइसोलेशन वार्ड बने
केंद्र सरकार ने दुनिया में मंकीपॉक्स के बढ़ते मामलों के बीच देश के सभी पोर्ट, एयरपोर्ट के साथ...
গন মাৰ্গ পৰটেল চেনেলৰ শুভ উদ্বোধন কলাইগাঁৱত
কলাই গাঁও কেন্দুকলাই ভৱনত গন মাৰ্গ পৰটেল চেনেলৰ আজি শুভ উদ্বোধন কৰে।
આજના મુખ્ય સમાચાર 22-12-2022 SatyaNirbhay News Channel Live Stream
આજના મુખ્ય સમાચાર 22-12-2022 SatyaNirbhay News Channel Live Stream