খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰবেশ কৰিছে বন্যহস্তীয়ে। জামুগুৰিহাটৰ উত্তৰাঞ্চলটো অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ।নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নিশাৰ ভাগত ওলাই অহা বন্যহস্তীয়ে জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ দুইনং বৰদিকৰাই, খৃষ্টানবস্তী, আজাৰগুৰি, বামুণীপামকে ধৰি একাধিক অঞ্চলৰ ৰাইজৰ খেতিখোলা নষ্ট কৰিছে।বিশেষকৈ বন্যহস্তীৰ জাকে কৃষক ৰাইজৰ ধানখেতি খেচিগুলি তহিলং কৰিছে। নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বৰদিকৰাই নদী পাৰ হৈ প্ৰবেশ কৰা বন্যহস্তীৰ জাকক নিয়ন্ত্ৰণ কৰাৰ ব্যৰ্থ হৈছে বনবিভাগ।উল্লেখ্য যে যোৱা এক দশকৰ ভিতৰত অঞ্চলটোত কুৰিজনৰো অধিক লোকে বন্যহস্তীৰ আক্ৰমণত মৃত্যু হোৱাৰ বিপৰীতে বহুলোক ঘুণীয়া হৈছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নাৰায়নপুৰৰ এখন বিদ্যালয়ত একেদিনায়েই দুগৰাকী শিক্ষকে লয় অৱসৰ
নাৰায়নপুৰৰ বুঢ়া বুঢ়ী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ দুজন শিক্ষক, ক্ৰমে অধ্যক্ষ শ্ৰীযুত অচ্যুত...
યુપીએસસીની પરીક્ષા માટે કઈ રીતે કરશો તૈયારી ? ફોલો કરો IRSમાંથી IAS બનેલા અભિષેક જૈનનો ગુરુમંત્ર
UPSC પરીક્ષાની તૈયારી કરતી વખતે તણાવ અનુભવવો સ્વાભાવિક છે. છેલ્લા કેટલાક દિવસોમાં, ફક્ત ઘરે...
શ્રી ભગવત ગીતા દિવસ ની ઉજવણી કરવામાં આવી
જય અંબે એજ્યુકેશન ચેરીટેબલ ટ્રસ્ટના પ્રમુખ અને ન્યુ પાર્થ નવોદય તાલીમ વર્ગ સંજેલી - મોરા અને...
મહીપતસિંહ ચૌહાણ હવે માતર અને ખંભાત સીટ પર થી અપક્ષ ઉમેદવાર તરીકે ચૂંટણી લડશે
BREAKING NEWS હિપતસિંહ ચૌહાણ માતર-૧૧૫ અને ખંભાત-૧૦૮ બંને સીટ પરથી અપક્ષ ચુંટણી...