দেওবাৰে নিশা তিনিচুকীয়া জিলাৰ লংছোৱালৰ গুৰুকূলৰ সমীপত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাটোত থিতাতে দুগৰাকী মহিলা নিহত হোৱাৰ লগতে আন দুগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ মহিলাকেইগৰাকী শদিয়াৰ ন-তৰাণী গাঁৱৰ বুলি জানিব পৰা গৈছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাহমৰা দিচাং পানীত মাহমৰা খণ্ডউন্নয়ন বিষয়াৰ উপস্থিতিত সখী এক্সপেছ স্কুটি বিতৰণ
অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ নিৰ্দেশনাত মাহমৰা খণ্ড উন্নয়ন কাৰ্য্যালয়ত সখী এক্সপ্ৰেছ...
৩০১ৰেংলৈ ৰহালৈ গৌৰৱ কঢিয়াই আনিলে দীপ ৰঞ্জন কাকতিয়ে,আছুবে জনালে উষ্ম আদৰনি।
সদ্য ঘোষিত অসম লোকসেৱা আয়োগ পৰীক্ষাত ৰহা গডমাৰীৰ দীপ ৰঞ্জন কাকতিয়ে ৩০১ৰেং লৈ সমগ্ৰ নগাঁও জিলা ৰ...
সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ অৱস্থান ধৰ্মঘট
সমষ্টি পুনৰ নিৰ্ধাৰণ বিৰুধীতা কৰি গোলাঘাটত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ অৱস্থান ধৰ্মঘট। শুদ্ধ এন আৰ...