সোণাৰিত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

সোণাৰিত জনজাতিকৰণৰ দাবীত  চুতীয়া ছাত্ৰ সন্থাৰ জোঁৰসমদলত আৰক্ষীৰ বাধা। কেইবাজনো প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ।