আজি মহলয়া৷বিভিন্ন প্ৰান্তত পূৱতিনিশাৰে পৰা অজস্ৰ ভক্তপ্ৰাণ ৰাইজে উলহমালহেৰে উদযাপন কৰিছে মহলয়া৷প্ৰবাদ অনুযায়ী আজিৰে পৰা দেৱী দুৰ্গা ধৰালৈ নামি আহিব৷শৰৎকালৰ শেৱালি সৰা নিশাৰ নিস্তব্ধতা ভেদি টোপটোপকৈ নিয়ৰ সৰিছে৷দুৱৰীৰ দলিচাত নিয়ৰৰ মুকুতা উজ্বলি উঠিছে৷এনেহেন মনপ্ৰাণ হৰি নিয়া পৰিবেশত দেৱী বন্দনাত মুখৰিত হব ধৰা৷সকলোৱে যেন দেৱীৰ চৰণযুগলত এপাহ ফুল দিয়াৰ বাবে বাট চাই আছে৷বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাৰ দেহাৰকুছিৰ পশ্চিম বড়িগোগ সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজাৰো ব্যাপক প্ৰস্তুতি চলিছে৷জানিব পৰামতে উক্ত পূজাস্থলীত এইবেলিৰ পৰা কংক্ৰিটৰ স্থায়ী প্ৰতিমাত পূজা উদযাপিত হব৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Fuel Price Today: आपके शहर में 1 मार्च को कितने में बिक रहा Petrol-Diesel? |ABPLIVE
Fuel Price Today: आपके शहर में 1 मार्च को कितने में बिक रहा Petrol-Diesel? |ABPLIVE
મહુધા તાલુકાના સોલપુર અંધારી ગામે ગણેશ ઉત્સવ દરમિયાન આરતી નો પ્રોગ્રામ
મહુધા તાલુકાના સોલપુર અંધારી ગામે હાલ ચાલી રહેલા ગણેશ પર્વ ને લઈ મહા આરતી નો પ્રોગ્રામ...