চুতীয়া জনগোষ্ঠীক জনজাতি কৰণৰ দাবীত মিছন ৰোডৰ পৰা জিলা চুতীয়া ছাত্ৰ সন্থাৰ জোৰ সমদল বাহিৰ l চুতীয়া জনগোষ্ঠীক জনজাতি কৰণৰ দাবীত আৰু স্বায়ত্ত শাসন প্ৰদানৰ দাবীত জিলা চুতীয়া ছাত্ৰ সন্থাই জোঁৰ সমদল বাহিৰ কৰে l চুতীয়া জনগোষ্ঠীক জনজাতি কৰণ প্ৰদান কৰিব লাগিবই,বি জে পি চৰকাৰ হুচিয়াৰ আদি বিভিন্ন শ্ল গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদ স্থলী l শীঘ্ৰে যদি চৰকাৰে এওঁ লোকৰ দাবী সমূহ মানি নলয় তেনেহলে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰিগাঁৱত পৰম্পৰাগতভাবে মাছ মৰাৰ উৎসাহ --
হাতে হাতে প'ল, বুকুত মেথনি মাৰী মহিলাই মাৰিলে জাকৈ । আকৌ কোনোবা জনে মাৰিলে জাল ।মৰিগাঁৱত এইদৰেই...
STF ने रिक्रिएट किया अतीक-अशरफ हत्याकांड का क्राइम सीन, गोलियां दागते ही दबोचे गए हमलावर; एक-एक सेकेंड NOTE
प्रयागराज : मोतीलाल नेहरू मंडलीय चिकित्सालय काल्विन के गेट पर माफिया अतीक अहमद व उसके भाई...
The Great Khali ने BJP में शामिल होने के बाद Farmers Protest का समर्थन कर दिया? |Padtaal
The Great Khali ने BJP में शामिल होने के बाद Farmers Protest का समर्थन कर दिया? |Padtaal
महाराष्ट्र खिदमतूल हुज्जाज कमेटी औरंगाबाद.
औरंगाबाद - महाराष्ट्र खिदमतूल हुज्जाज कमेटी औरंगाबाद हज - 2023 ऑनलाइन फॉर्म का हज कमेटी ऑफ इंडिया...