আজি মৰঙী মণ্ডলৰ ১২ নং বুথত মৰঙী মণ্ডল কৃষক মৰ্চাৰ উদ্যোগত প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 'মন কী বাত' অনুষ্ঠান অনুষ্ঠিত কৰে আৰু মানৱ দৰ্দী দিনদয়াল উপাধ্যায় দেৱৰ জন্ম জয়ন্তী পালন কৰে ।উক্ত কার্যসূচীৰ শেষত কৃষক সকলৰ মাজত শস্যৰ বীজ বিতৰন কৰে ।উক্ত কাৰ্য্যসূচীত বুথ সভানেত্ৰী নিভা বৰা ,মণ্ডল কৃষক মৰ্চাৰ সভানেত্ৰী লিপিকা বৰা, মণ্ডলৰ সম্পাদক ৰাকা বৰদলৈ, লগতে শ্রদ্ধাৰ দলীয় কাৰ্যকর্তা সকল আৰু স্থানীয় বহু সংখ্যক লোক উপস্থিত থাকে।