অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদ সন্দৰ্ভত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ মন্তব্য। দীৰ্ঘদিন ধৰি বিবদমান হৈ থকা অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ চৰাইপুঙ অঞ্চল পৰিদৰ্শন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ। ৰাজ্যৰ কেবিনেট মন্ত্ৰী বিমল বড়াৰ লগতে অৰুণাচল প্ৰদেশৰ কেবিনেট মন্ত্ৰী হনচুম নাংডাম আৰু দুগৰাকী বিধায়ক সহ চৰাইদেউ আৰু লংডিং জিলাৰ প্ৰশাসনিক বিষয়া সকলো উপস্থিত আছিল এই সময়ছোৱাত।