অসম জাতীয় পৰিষদৰ টিংখাং সমষ্টি সমিতিয়ে সোমবাৰে টিংখং ৰাজহ চক্ৰ বিষয়াৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ভাৰতীয় জনতা পাৰ্টীৰ সমদলত আহোম জাতি মুর্দাবাদ বুলি শ্লোগান দিয়া কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনোৱা লগতে এনে মানসিকতা ব্যক্তিসকলক উচিত শাস্তি প্ৰদান কৰা লগতে অসম চৰকাৰে ঘোষণা কৰা ৰাজ্য খনৰ মাতৃভাষা মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ পৰাই বিজ্ঞান আৰু অংক বিষয় দুটি ইংৰাজী মাধ্যমত পঢ়োৱাব লাগিব বুলি লোৱা সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰি এই সিদ্ধান্তক বাতিল কৰাৰ দাবীত দলটোয়ে স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking: 23 यात्रियों को लेकर जा रहा वाहन अलकनंदा नदी में गिरा, कई मौतों की आशंका | Rudraprayag
Breaking: 23 यात्रियों को लेकर जा रहा वाहन अलकनंदा नदी में गिरा, कई मौतों की आशंका | Rudraprayag
Global Update :S&P 500 and Nasdaq Close at Record Highs Again, Sustaining Momentum from Previous Day
Global Update :S&P 500 and Nasdaq Close at Record Highs Again, Sustaining Momentum from...
દિગ્ગજ કોંગ્રેસી નેતાએ રાજીનામું આપ્યું....
દિગ્ગજ કોંગ્રેસી નેતાએ રાજીનામું આપ્યું....
जयपुर में दो होटल को बम से उड़ाने की धमकी:ई-मेल कर भेजा धमकी भरा मैसेज
जयपुर के दो नामी होटल को बम से उड़ाने की धमकी देने का मामला सामने आया है। ई-मेल के जरिए शुक्रवार...