অসম জাতীয় পৰিষদৰ টিংখাং সমষ্টি সমিতিয়ে সোমবাৰে টিংখং ৰাজহ চক্ৰ বিষয়াৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ভাৰতীয় জনতা পাৰ্টীৰ সমদলত আহোম জাতি মুর্দাবাদ বুলি শ্লোগান দিয়া কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনোৱা লগতে এনে মানসিকতা ব্যক্তিসকলক উচিত শাস্তি প্ৰদান কৰা লগতে অসম চৰকাৰে ঘোষণা কৰা ৰাজ্য খনৰ মাতৃভাষা মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ পৰাই বিজ্ঞান আৰু অংক বিষয় দুটি ইংৰাজী মাধ্যমত পঢ়োৱাব লাগিব বুলি লোৱা সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰি এই সিদ্ধান্তক বাতিল কৰাৰ দাবীত দলটোয়ে স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
हिस्ट्रीशीटर असलम शेर खान चिंटू का पुलिस ने निकाला जुलूस@ABPNEWS @TCMViralVideo95 @BBCNews
हिस्ट्रीशीटर असलम शेर खान चिंटू का पुलिस ने निकाला जुलूस@ABPNEWS @TCMViralVideo95 @BBCNews
শিৱসাগৰৰ আয়ুক্ত কাৰ্যালয়ত শিশু আৰু প্ৰসূতি মৃত্যুৰ জিলা ভিত্তিক পৰ্যালোচনা সভা সম্পন্ন
শিৱসাগৰঃ- -শিৱসাগৰ জিলা আয়ুক্ত ভৱনৰ চুকাফা সভাকক্ষত জিলা আয়ুক্ত আয়ুস গৰ্গ, IAS ৰ সভাপতিত্বত...
AAJTAK 2 LIVE | UDAIPUR KNIFE INCIDENT | छात्र की मौत के बाद शहर में भारी टेंशन ! | AT2
AAJTAK 2 LIVE | UDAIPUR KNIFE INCIDENT | छात्र की मौत के बाद शहर में भारी टेंशन ! | AT2
Bull Attack Accident : 92 वर्षांच्या आजोबांना बैलाने जेव्हा शिंगाने मारलं...
Bull Attack Accident : 92 वर्षांच्या आजोबांना बैलाने जेव्हा शिंगाने मारलं...
અમરેલી જિલ્લામાં ગુનેગારોને સુધારવા માટે પોલીસનો અનોખો પ્રયાસ
અમરેલી જીલ્લામાં ગુનેગારોને સુધારવા માટે પોલીસનો અનોખો પ્રયાસ,
છેલ્લા પાંચ વર્ષમાં પાસા- હદપારીની...