দেওবাৰে পুৱাই হিন্দু যু্ৱ-ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত নৃত্যাঞ্জলী ডান্স একাডেমিৰ সহযোগত পবিত্ৰ মহালয়া উপলক্ষে মহিষাসুৰমৰ্দিনী নাটৰ আয়োজন কৰে ৷