মাননীয় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী Narendra Modi ডাঙৰীয়াৰ ওপজা দিনৰ লগত উপলক্ষে "সেৱা পষেক"ৰ অংশ হিচাপে ভাৰতীয় জনতা পাৰ্টি মাজুলী জিলা সমিতিৰ উদ্যোগত উজনি মাজুলী মণ্ডল সমিতি আৰু মহিলা মৰ্চাৰ সহযোগত ১৪৩ নং মাজৰ দেউৰী বুথ কেন্দ্ৰত গ্ৰহণ কৰা বৃক্ষ ৰোপন কাৰ্যক্ৰমত উপস্থিত থাকি মাজুলী জিলাৰ বিধায়ক ভুৱন গামে এটি গছ পুলি ৰোপন কৰে ,লগতে জিলা সভাপতি বীৰেণ শইকীয়া ডাঙৰীয়া, বুথ সভাপতি সুৰেন দেউৰী ডাঙৰীয়া, দেউৰী স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী ডাঙৰীয়াকে প্ৰমুখ্যে বুথৰ নিষ্ঠাৱান কাৰ্যকৰ্তাসকলো উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: ला-नीना का दिखेगा असर, इस साल पड़ेगी कड़ाके की ठंड, IMD ने दी जानकारी | Aaj Tak
Breaking News: ला-नीना का दिखेगा असर, इस साल पड़ेगी कड़ाके की ठंड, IMD ने दी जानकारी | Aaj Tak
#live 615 गणेशोत्सव विशेष अमृततुल्य हितगुज : परमपूज्य गुरुमाऊली
#live 615 गणेशोत्सव विशेष अमृततुल्य हितगुज : परमपूज्य गुरुमाऊली
विवाहित ने गले मे फंदा लगाकर किया सुसाइड, क्या रहे कारण, देखे पूरा मामला
विवाहित ने गले मे फंदा लगाकर किया सुसाइड, क्या रहे कारण, देखे पूरा मामला
ধিং বজাৰত কি কৰিছে অসমীয়া ছবি জগতৰ সুদৰ্শন অভিনেতা ৰবি শৰ্মাই ?
ধিং বজাৰত কি কৰিছে অসমীয়া ছবি জগতৰ সুদৰ্শন অভিনেতা ৰবি শৰ্মাই ?