মাননীয় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী Narendra Modi ডাঙৰীয়াৰ ওপজা দিনৰ লগত উপলক্ষে "সেৱা পষেক"ৰ অংশ হিচাপে ভাৰতীয় জনতা পাৰ্টি মাজুলী জিলা সমিতিৰ উদ্যোগত উজনি মাজুলী মণ্ডল সমিতি আৰু মহিলা মৰ্চাৰ সহযোগত ১৪৩ নং মাজৰ দেউৰী বুথ কেন্দ্ৰত গ্ৰহণ কৰা বৃক্ষ ৰোপন কাৰ্যক্ৰমত উপস্থিত থাকি মাজুলী জিলাৰ বিধায়ক ভুৱন গামে এটি গছ পুলি ৰোপন কৰে ,লগতে জিলা সভাপতি বীৰেণ শইকীয়া ডাঙৰীয়া, বুথ সভাপতি সুৰেন দেউৰী ডাঙৰীয়া, দেউৰী স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী ডাঙৰীয়াকে প্ৰমুখ্যে বুথৰ নিষ্ঠাৱান কাৰ্যকৰ্তাসকলো উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાલનપુર ખાતે ભાજપના ઉમેદવારના સમર્થનમાં નીકળી બાઈક રેલી..
પાલનપુર ખાતે ભાજપના ઉમેદવારના સમર્થનમાં નીકળી બાઈક રેલી..
ऑल मीडिया जर्नलिस्ट एसोसिएशन (अमजा) का पत्रकार मैत्री क्रिकेट मैच छह सितंबर को....
आगरा: महानगर के पत्रकारों को व्यायाम और खेल के प्रति जागरूक करने के लिए 'ऑल मीडिया जर्नलिस्ट...
AAJTAK 2 | KERALA त्रासदी ने किया सब तबाह, LANDSLIDE स्थल का हाहाकारी ड्रोन वीडियो आया सामने ! | AT2
AAJTAK 2 | KERALA त्रासदी ने किया सब तबाह, LANDSLIDE स्थल का हाहाकारी ड्रोन वीडियो आया सामने ! | AT2
पशु तस्करी मामले में दो गिरफ्तार
गुवाहाटी, 16 अगस्त । गुवाहाटी महानगर का बाहरी इलाका जोराबाट पुलिस आउटपोस की टीम ने मवेशी से लदा...
MHEMDAVAD- વડાપ્રધાન શ્રી ને જન્મદિવસ અનોખી રીતે ઉજવાયો 17 9 22
MHEMDAVAD- વડાપ્રધાન શ્રી ને જન્મદિવસ અનોખી રીતે ઉજવાયો 17 9 22