চৰকাৰৰ কামকাজ অধিক গতিশীল কৰাৰ উদ্দেশ্যে চৰকাৰে কাজিৰঙাত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিছে চিন্তন বৈঠক। চিন্তন বৈঠকত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা সকলো মন্ত্ৰী, উচ্চ পৰ্যায়ৰ বিষয়াই অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। চৰকাৰৰ এই চিন্তন বৈঠকক লৈ বিৰোধী কংগ্ৰেছে তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে। আজি মৰাণৰ চেপন এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কয়, চৰকাৰে টেক্স ক'ত লগাব তাৰ চিন্তা কৰিবলৈ চিন্তন বৈঠকত অনুষ্ঠিত কৰিছে । লগতে কংগ্ৰেছ কাৰ্যকৰী সভাপতি গৰাকীয়ে বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়, ৰাজভঁৰাল এতিয়া শূন্য সেয়ে এতিয়া চৰকাৰে সকলোতে টেক্স লগাইছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
dopamine कैसे काम करता है - dopamine hormone working
dopamine कैसे काम करता है - dopamine hormone working
હાલોલ તાલુકા ક્ષત્રિય યુવા સંગઠનના પ્રમુખ જીતુસિંહ રાઠોડની લાડકવાયી દીકરી નવ્યાને જન્મદિવસના ખુબ ખુબ અભિનંદન.
હાલોલ તાલુકા ક્ષત્રીય યુવા સંગઠનના પ્રમુખ અને મહાકાલ સેના તેમજ ભારતીય જનતા પાર્ટીના હાલોલના...
प्रधानमंत्री कल वाराणसी में राष्ट्रीय शिक्षा नीति के कार्यान्वयन पर अखिल भारतीय शिक्षा समागम का उद्घाटन करेंगे
प्रधानमंत्री नरेन्द्र मोदी कल 07 जुलाई 2022 को वाराणसी में तीन दिवसीय अखिल भारतीय शिक्षा समागम का...
মিছাত আঘাতপ্ৰাপ্ত হৈ হৰিণাৰ মৃত্যু
খাদ্যৰ বাবে জনাঞ্চললৈ ওলাই অহা এটা পহু মিছা চাহ বাগিচাৰ কাঁটা তাঁৰত লাগি আঘাতপ্ৰাপ্ত হয় । ঘটনা...