খাদ্যৰ বাবে জনাঞ্চললৈ ওলাই অহা এটা পহু মিছা চাহ বাগিচাৰ কাঁটা তাঁৰত লাগি আঘাতপ্ৰাপ্ত হয় । ঘটনা প্ৰত্যক্ষ কৰি আঘাতপ্ৰাপ্ত পহুটো স্থানীয় ৰাইজে উদ্ধাৰ কৰি মিছা আৰক্ষীক চমজি দিয়ে । আঘাতপ্ৰাপ্ত পহুটো মিছা আৰক্ষীয়ে পশু চিকিৎসকৰ ওচৰলৈ নিয়ে যদিও চিকিৎসকে পহুতো মৃত বুলি ঘোষণা কৰে। মৃত পহুটো বন বিভাগে চমজি লয় বুলি আৰক্ষীয়ে জানিব দিয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भाजपा नेता स्वरूप सिंह खारा ने कालबेलिया समाज से किया वादा निभाया
भाजपा नेता स्वरूपसिंह खारा ने कालबेलिया समाज से किया गया वादा निभाते हुए मानवीय संवेदना और...
মৰাণত অসম গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক প্ৰয়াত হৰিনাৰায়ণ বৰুৱা মৃত্যু তিথি উদপান
মৰাণত অসম গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক প্ৰয়াত হৰিনাৰায়ণ বৰুৱা মৃত্যু তিথি উদপান
HOJAI MUNICIPALTY SCHEME ENQUIRY VISUALS #hojai
হোজাই পৌৰসভাত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে অবশেষত তদন্ত কৰিবলৈ গুৱাহাটীৰ আহিল দল। মুঠৰ ওপৰত...
MP Voting LIVE Updates: वोटिंग के बीच मुरैना में चली गोली, 2 लोग घायल.. मच गई भगदड़ | Latest News
MP Voting LIVE Updates: वोटिंग के बीच मुरैना में चली गोली, 2 लोग घायल.. मच गई भगदड़ | Latest News
जागतिक कुस्ती स्पर्धेस प्रा. दिनेश गुंड इटलीला रवाना
जागतिक कुस्ती संघटनेच्या वतीने इटली येथे 23 ते 31 जुलै या कालावधीत होणाऱ्या जागतिक कुस्ती...