চৰকাৰৰ কামকাজ অধিক গতিশীল কৰাৰ উদ্দেশ্যে চৰকাৰে কাজিৰঙাত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিছে চিন্তন বৈঠক। চিন্তন বৈঠকত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা সকলো মন্ত্ৰী, উচ্চ পৰ্যায়ৰ বিষয়াই অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। চৰকাৰৰ এই চিন্তন বৈঠকক লৈ বিৰোধী কংগ্ৰেছে তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে। আজি মৰাণৰ চেপন এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কয়, চৰকাৰে টেক্স ক'ত লগাব তাৰ চিন্তা কৰিবলৈ চিন্তন বৈঠকত অনুষ্ঠিত কৰিছে । লগতে কংগ্ৰেছ কাৰ্যকৰী সভাপতি গৰাকীয়ে বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়, ৰাজভঁৰাল এতিয়া শূন্য সেয়ে এতিয়া চৰকাৰে সকলোতে টেক্স লগাইছে ।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  બનાસકાંઠા જિલ્લા  LCB પોલીસે લાખો રૂપિયાનો વિદેશી દારૂ ઝડપી પાડ્યો 
 
                      બનાસકાંઠા જિલ્લા LCB પોલીસે લાખો રૂપિયાનો વિદેશી દારૂ ઝડપી પાડ્યો
                  
   વરલ ગામે રસ્તો સાફ કરવાની જરૂર છે  
 
                      વરલ ગામમાં બસ સ્ટેન્ડ પાસેના સાંકડા માર્ગથી દુર્ઘટનાની ભિતી સિંહોર બે વાહનો સામસામે આવી જાય તો...
                  
   જાસૂસી જહાજ મુદ્દે ચીની રાજદૂતની શ્રીલંકાના રાષ્ટ્રપતિ સાથે ગુપ્ત બેઠક 
 
                      
ભારતના દબાણ સામે શ્રીલંકા ઝુકતા ચીન ધૂંઆપૂંઆ
પૂર્વ રાષ્ટ્રપતિ ગોટબાયાએ માલદીવ ભાગતા પહેલાં...
                  
   
  
  
   
  
  