দেওবাৰে ডিগবৈৰ নাজিৰাটিং তামুলী পৰ্যটনস্থলীত পৰিচালনা সমিতিয়ে আয়োজন কৰা স্বচ্ছ ভাৰত অভিযান কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।
ডিগবৈৰ নাজিৰাটিং তামুলী পৰ্যটনস্থলীৰ স্বচ্ছ ভাৰত অভিযান কাৰ্য্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

