বহুপথাৰ প্ৰাথমিক শাখাৰ আতিথ্যত বহুপথাৰ প্ৰাথমিক শাখাৰ নামঘৰত দিনযোৰা কাৰ্যসুচীৰে অনুষ্ঠিত হৈছে শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ নাৰায়ণপুৰ আঞ্চলিক শাখাৰ সোণালী জয়ন্তী মহোৎসৱ উদ্ধোধনী অনুষ্ঠান ৷ ১৯৭২ চনৰ ২৬ মাৰ্চত গঠিত আঞ্চলিক শাখাৰটোৰ সোণালী জয়ন্তী উদ্ধোধনী অনুষ্ঠানৰ পুৱা ধৰ্মধ্বজা উত্তোলন কৰে নাৰায়ণপুৰ আঞ্চলিক শাখাৰ সভাপতি নগেন্দ্ৰনাথ বৰুৱাই ৷ দিনটোত নাম-প্ৰসঙ্গ , ভাগৱত শোভাযাত্ৰা , সোণালী জয়ন্তী মহোৎসৱৰ স্থায়ী তোৰণ উন্মোচন আৰু তোৰণ দাতাসকলৰ সম্বদ্ধৰ্না অনুষ্ঠান , প্ৰাথমিক শাখাসমুহৰ ৫০ গৰাকী আইৰ বৰগীত পৰিৱেশন , ৫০ গৰাকী শিশুৰ সমুহীয়া কবিতা আবৃত্তি , বহুপথাৰ প্ৰাথমিক শাখাৰ ৫০ গৰাকী আয়তীৰ দ্বাৰা দিহানাম পৰিৱেশন , ৫০ গৰাকী শিশুৰ দ্বাৰা কৃষ্ণ নৃত্য প্ৰদৰ্শন , ৫০ গৰাকী বাপৰ দ্বাৰা দিহানাম পৰিৱেশন , বহুপথাৰ প্ৰাথমিক শাখাৰ দ্বাৰা গাণিকা পৰিৱেশন আৰু ৰাতিলৈ “স্যমন্তক হৰণ” ভাওনা পৰিৱেশনেৰে অন্ত পৰিব দিনযোৰা কাৰ্যসুচী ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पुण्यात विचित्र अपघात झाल्याने 9 वाहनांची एकमेकांना धडक, जीवितहानी...
पुणे: पुणे-बंगळुरु महामार्गावरील नवीन कात्रज बायपासजवळ विचित्र अपघात घडला. लक्झरी बस, कार आणि...
Panchayat Aaj Tak Haryana 2024: कुमारी शैलजा की नाराजगी पर क्या बोले Deepender Singh Hooda?
Panchayat Aaj Tak Haryana 2024: कुमारी शैलजा की नाराजगी पर क्या बोले Deepender Singh Hooda?
Aaditya Thackeray Live | शेतकऱ्यांच्या बांधावरुन आदित्य ठाकरे यांची शिंदे-फडणवीस सरकारवर टीका
Aaditya Thackeray Live | शेतकऱ्यांच्या बांधावरुन आदित्य ठाकरे यांची शिंदे-फडणवीस सरकारवर टीका
डिंपल मीणा की हत्या मामले में उच्च स्तरीय जांच की मांग: पवन मीणा
नगर निगम कोटा दक्षिण के उपमहापौर, पवन मीणा ने आज हाडोती आदिवासी मीणा सामाजिक सुधार संघ एवं मीणा...