বহুপথাৰ প্ৰাথমিক শাখাৰ আতিথ্যত বহুপথাৰ প্ৰাথমিক শাখাৰ নামঘৰত দিনযোৰা কাৰ্যসুচীৰে অনুষ্ঠিত হৈছে শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ নাৰায়ণপুৰ আঞ্চলিক শাখাৰ সোণালী জয়ন্তী মহোৎসৱ উদ্ধোধনী অনুষ্ঠান ৷ ১৯৭২ চনৰ ২৬ মাৰ্চত গঠিত আঞ্চলিক শাখাৰটোৰ সোণালী জয়ন্তী উদ্ধোধনী অনুষ্ঠানৰ পুৱা ধৰ্মধ্বজা উত্তোলন কৰে নাৰায়ণপুৰ আঞ্চলিক শাখাৰ সভাপতি নগেন্দ্ৰনাথ বৰুৱাই ৷ দিনটোত নাম-প্ৰসঙ্গ , ভাগৱত শোভাযাত্ৰা , সোণালী জয়ন্তী মহোৎসৱৰ স্থায়ী তোৰণ উন্মোচন আৰু তোৰণ দাতাসকলৰ সম্বদ্ধৰ্না অনুষ্ঠান , প্ৰাথমিক শাখাসমুহৰ ৫০ গৰাকী আইৰ বৰগীত পৰিৱেশন , ৫০ গৰাকী শিশুৰ সমুহীয়া কবিতা আবৃত্তি , বহুপথাৰ প্ৰাথমিক শাখাৰ ৫০ গৰাকী আয়তীৰ দ্বাৰা দিহানাম পৰিৱেশন , ৫০ গৰাকী শিশুৰ দ্বাৰা কৃষ্ণ নৃত্য প্ৰদৰ্শন , ৫০ গৰাকী বাপৰ দ্বাৰা দিহানাম পৰিৱেশন , বহুপথাৰ প্ৰাথমিক শাখাৰ দ্বাৰা গাণিকা পৰিৱেশন আৰু ৰাতিলৈ “স্যমন্তক হৰণ” ভাওনা পৰিৱেশনেৰে অন্ত পৰিব দিনযোৰা কাৰ্যসুচী ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দৃশ্যটো নুমলীগড়ৰ দৈগ্ৰোঙ নৈৰ। নুমলীগড়ৰ সুন্দৰপুৰৰ পৰা শ্যামৰাইপুৰলৈ যাবলৈ ৰাইজৰ বাবে আজিও নিৰ্মাণ ন'হল এখন দলং।
হয় দেশ স্বাধীন হোৱাৰ ৭৫ বছৰ হ'ল, কিন্তু আজিও বিদ্যালয়লৈ আহিব লগা হৈছে টিউবৰ সহায়ত। আৰু এইয়াই...
গোৰেশ্বৰত গোৰেশ্বৰ ব্যৱসায়ী সমিতি,গ্ৰীন লাইফ আৰু গোৰেশ্বৰ কলেজৰ প্ৰশংসনীয় পদক্ষেপ
গোৰেশ্বৰত গোৰেশ্বৰ ব্যৱসায়ী সমিতি,গ্ৰীন লাইফ আৰু গোৰেশ্বৰ কলেজৰ প্ৰশংসনীয় পদক্ষেপ
પ્રથમ તબક્કા માટે કુલ 788 ઉમેદવારો મેદાનમાં
ગુજરાતની ચૂંટણી લડવા પ્રથમ તબક્કામાં 89 બેઠકો પર 1362 ઉમેદવારી પત્ર ભરાયા છે, પરંતુ ફોર્મ પરત...