বাক্সা: বাক্সা জিলাৰ নিকাছীত আজি ভোটাৰ পঞ্জীয়ন আবেদন পত্ৰ আৰু ভোটাৰ কেন্দ্ৰ উদ্বোধন কৰা হয়। যুৱ চামক ভোটৰ প্ৰতি আকৃষ্ট কৰাৰ বাবে অলপতে কেন্দ্ৰীয় চৰকাৰে ১৭ বছৰ পাৰ হ'লেই ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিব পাৰিব বুলি ঘোষণা কৰিছিল। সেইমতে আজি জিলাখনৰ নিকাছিৰ জ্ঞানপীঠ ডিগ্ৰী মহাবিদ্যালয়ৰ সভাকক্ষত নতুন ভোটাৰ পঞ্জীয়ন আবেদন পত্ৰ আৰু ভোটাৰ কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলা নিৰ্বাচনী বিষয়া মানবেন্দ্ৰ ভৰালীয়ে। আজিৰ এই উদ্বোধনী অনুষ্ঠানত বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মী, বিএলঅ' সকল, ছাত্ৰ-ছাত্ৰীৰ লগতে ভোটাৰ সকলে অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पुणेकरांसाठी चांदोरकर कुटुंबियांनी साकारला ‘मेट्रो गणेश’ देखावा | Metro Ganpati Bappa|
पुणेकरांसाठी चांदोरकर कुटुंबियांनी साकारला ‘मेट्रो गणेश’ देखावा | Metro Ganpati Bappa|
अमेरिकी कोर्ट का पन्नू मामले में भारत सरकार को समन:आतंकी पन्नू ने हत्या की साजिश का मामला दर्ज कराया
अमेरिका के एक कोर्ट ने मंगलवार को खालिस्तानी आतंकी गुरपतवंतसिंह पन्नू की हत्या की साजिश के मामले...
પોલીસ અને ભાજપ દ્વારા આમ આદમી પાર્ટીના ઉમેદવાર કંચન જરીવાલને ઉમેદવારી પત્ર પાછી ખેંચવા મજબૂર
પોલીસ અને ભાજપ દ્વારા આમ આદમી પાર્ટીના ઉમેદવાર કંચન જરીવાલને ઉમેદવારી પત્ર પાછી ખેંચવા મજબૂર