চৰাইদেউ জিলাৰ বাণিজ্য শিক্ষাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান সোণাৰি কমাৰ্চ কলেজৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন আজি সুকলমে অনুষ্ঠিত হৈ যায়। এই নিৰ্বাচনত সভাপতি, সম্পাদককে ধৰি আটাইকেইটা পদতে সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয় লাভ কৰে। ঘোষিত ফলাফল অনুসৰি সভাপতি মুন্না সিং, উপ সভাপতি জগন্নাথ তাঁতী, সাধাৰণ সম্পাদক অংকুৰ শইকীয়া, সহকাৰী সাধাৰণ সম্পাদক মুনমী কন্দপান, সাংস্কৃতিক সম্পাদিকা প্ৰিয়ম ফুকন, সাহিত্য আৰু আলোচনী সম্পাদক আইক্য মৌন চাউলু, গুৰু ক্ৰীড়া সম্পাদক দেৱজিৎ গগৈ, লঘু ক্ৰীড়া সম্পাদক দ্বীপজ্যোতি দুৱৰা, সমাজ সেৱা সম্পাদক দিগন্ত তাঁতী, ছাত্ৰ জিৰণি কোঠা সম্পাদক প্ৰকাশ সিং আৰু ছাত্ৰী জিৰণি কোঠা সম্পাদিকা হিচাপে কল্যাণী চাংমাই জয় লাভ কৰে। ইফালে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা পাছতে সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত বিজয়ী প্ৰাৰ্থী সকলক উষ্ণ আদৰণি জনাই ছাত্ৰ সন্থাৰ তৰফৰপৰা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
#Ayodhya ट्रक चोरी कर कबाड़ी को बेचने वाले गिरोह का खुलासा, सरगना समेत 6 गिरफ्तार
#Ayodhya ट्रक चोरी कर कबाड़ी को बेचने वाले गिरोह का खुलासा, सरगना समेत 6 गिरफ्तार
মাজুলীৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ।
মাজুলীৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ।
ওদালগুৰিত সমুহীয়া বিবাহ।একেলগে তিনিশ যোৰা দৰা- কইনাই লব জীৱন সংগীৰ পন।
ওদালগুৰিত সমুহীয়া বিবাহ।একেলগে তিনিশ যোৰা দৰা- কইনাই লব জীৱন সংগীৰ পন।
ওদালগুৰিত সীমান্ত চেতনা...
12 NDRF's Har Ghar Tiranga Campaign at Tezpur with SDRF and Zubinian team
🇳🇪 *𝐇𝐚𝐫 𝐆𝐡𝐚𝐫 𝐓𝐢𝐫𝐚𝐧𝐠𝐚 𝐂𝐚𝐦𝐩𝐚𝐢𝐠𝐧*
▪️ Altogether 20 personnel of 12...