চৰাইদেউ জিলাৰ বাণিজ্য শিক্ষাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান সোণাৰি কমাৰ্চ কলেজৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন আজি সুকলমে অনুষ্ঠিত হৈ যায়। এই নিৰ্বাচনত সভাপতি, সম্পাদককে ধৰি আটাইকেইটা পদতে সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয় লাভ কৰে। ঘোষিত ফলাফল অনুসৰি সভাপতি মুন্না সিং, উপ সভাপতি জগন্নাথ তাঁতী, সাধাৰণ সম্পাদক অংকুৰ শইকীয়া, সহকাৰী সাধাৰণ সম্পাদক মুনমী কন্দপান, সাংস্কৃতিক সম্পাদিকা প্ৰিয়ম ফুকন, সাহিত্য আৰু আলোচনী সম্পাদক আইক্য মৌন চাউলু, গুৰু ক্ৰীড়া সম্পাদক দেৱজিৎ গগৈ, লঘু ক্ৰীড়া সম্পাদক দ্বীপজ্যোতি দুৱৰা, সমাজ সেৱা সম্পাদক দিগন্ত তাঁতী, ছাত্ৰ জিৰণি কোঠা সম্পাদক প্ৰকাশ সিং আৰু ছাত্ৰী জিৰণি কোঠা সম্পাদিকা হিচাপে কল্যাণী চাংমাই জয় লাভ কৰে। ইফালে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা পাছতে সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত বিজয়ী প্ৰাৰ্থী সকলক উষ্ণ আদৰণি জনাই ছাত্ৰ সন্থাৰ তৰফৰপৰা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कोटा में पानी की टंकी पर चढ़े भाजपा कार्यकर्ता
पानी की टंकी पर चढ़े भाजपा कार्यकर्ता.
राहुल गांधी के कथित हिन्दू विरोधी बयान पर माफी की...
Sillod : Namdev Mirge Death | शेतात पिकाला पाणी देण्यासाठी गेलेल्या शेतकऱ्याचा विहिरीत पडून मृत्यू
Sillod : Namdev Mirge Death | शेतात पिकाला पाणी देण्यासाठी गेलेल्या शेतकऱ्याचा विहिरीत पडून मृत्यू
વિકસિત ભારત સંકલ્પ યાત્રા
વિકસિત ભારત સંકલ્પ યાત્રા:
પ્રાંતિજ તાલુકાના પોયડા ખાતે ગ્રામજનોએ વિકસિત ભારત સંકલ્પ...
તળાજાના દિનદયાલ નગરમાં ભગવાનના જન્મોત્સવનિ કેક કાપીને ઊજવણી કરાઇ
તળાજાના દિનદયાલ નગરમાં ભગવાનના જન્મોત્સવનિ કેક કાપીને ઊજવણી કરાઇ
Patanjali Case: Ramdev and Balkrishna को Supreme Court ने लगाई कड़ी फ़टकार, क्या-क्या कहा?
Patanjali Case: Ramdev and Balkrishna को Supreme Court ने लगाई कड़ी फ़टकार, क्या-क्या कहा?