সোণাৰি প্ৰাথমিক শিক্ষক সমবায় সঞ্চয় ও ঋণদান সমিতিৰ আজি ইংৰাজী ২৪/০৯/২২তাৰিখে অনুস্থিত হোৱা সাধাৰণ সভাত সেউজীয়াপাম আদিবাসী প্ৰাঃ বিদ্যালয়ৰ সহকাৰী শিক্ষক শ্ৰী বিবেক ঘোষক সভাপতি আৰু সোণাৰি হিন্দী প্ৰাঃ বিদ্যালয়ৰ সহকাৰী শ্ৰী বালেশ্বৰ প্ৰসাদকস সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰে৷লগতে আভ্যন্তৰীণ হিচাপ পৰীক্ষকৰ বাবে সম্পাদকৰ অনুৰোধত সমিতিয়ে শ্ৰী মানবেন্দ্ৰ বৰগোহাইক মনোনীত কৰে৷
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  **ग्राम पंचायत दुगारी में श्री तेजाजी महाराज का छ दिवसीय मेला प्रारंभ** 
 
                      आज ग्राम दुगारी में श्री तेजाजी महाराज का मेला झंडी पूजन के साथ शुरू हुआ। इस अवसर पर दुगारी...
                  
   কিমান কষ্ট, হাৰাশাস্তি পালে এজন পিতৃয়ে এনেদৰে ক'বলগীয়া হয়! 
 
                      কিমান কষ্ট, হাৰাশাস্তি পালে এজন পিতৃয়ে, এনেদৰে কবলগীয়া হয়!
                  
   
  
  
  
  