দিল্লীত অৰবিন্দ কেজৰিৱাল চৰকাৰে প্ৰচাৰ কৰা শিক্ষাৰ আৰ্হি 'প্ৰৱঞ্চনাৰ আৰ্হি' বুলি আখ্য়া দিছে কংগ্ৰেছে । শনিবাৰে কেজৰিৱাল চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ কংগ্ৰেছে অভিযোগ কৰি কয় যে যদি এই আৰ্হি আন ৰাজ্যত প্ৰয়োগ কৰা হয় তেতিয়াহ'লে সমগ্ৰ শিক্ষা ব্যৱস্থা ধ্বংস হ'ব । কংগ্ৰেছৰ মুখপাত্ৰ সন্দীপ দীক্ষিতে কয় যে আম আদমী পাৰ্টিৰ তথাকথিত শিক্ষাৰ আৰ্হিৰ প্ৰকৃত ৰূপটো উন্মোচন কৰাটো গুৰুত্বপূৰ্ণ যাতে আন ৰাজ্যত চলি থকা শিক্ষা ব্যৱস্থা ধ্বংস নহয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ডিব্ৰুগড়ত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ।
ভাৰত-চীন সীমান্ত ভ্ৰমণৰ উদ্দেশ্যৰে অসমলৈ আহিল দেশৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।...
Bharat Jodo Yatra: कांग्रेस भारत जोड़ो यात्रा का आज 71वां दिन, राहुल गांधी ने महाराष्ट्र के पातुर से शुरू की पदयात्रा
कांग्रेस के पूर्व अध्यक्ष और सांसद राहुल गांधी (Rahul Gandhi) की अगुवाई में कांग्रेस की...
સરકારી પોલિટેકનિક માં પ્રવેશ માટે માર્ગદર્શન કાર્યક્રમ....
સરકારી પોલિટેકનિક, દાહોદ ખાતે તા. ૩૧-૦૫-૨૦૨૪, શુક્રવારના રોજ ડિપ્લોમા પ્રવેશ ૨૦૨૪-૨૫ અંતર્ગત...
Donald Trump Vs Joe Biden : डोनाल्ड ट्रंप या बाइडन, कौन बनेगा अमेरिका का अगला राष्ट्रपति? (BBC)
Donald Trump Vs Joe Biden : डोनाल्ड ट्रंप या बाइडन, कौन बनेगा अमेरिका का अगला राष्ट्रपति? (BBC)