শনিবাৰে তিনিচুকীয়াৰ মাকুমত জনজাতিকৰণৰ দাবীৰে টাই আহোম যুৱ পৰিষদে এক  বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰে ।