বৰহাট চাহ বাগিচাত বিজেপি চৰাইদেউ জিলাৰ উদ্যোগত তথা চাহ জনগোষ্ঠী মৰ্চা আৰু অনুসুচীত জাতি মৰ্চাৰ তত্বাৱধানত বিনামূলীয়া স্বাস্থ্য শিৱিৰ সম্পন্ন।

বৰহাট চাহ বাগিচাত বিজেপি চৰাইদেউ জিলাৰ উদ্যোগত তথা চাহ জনগোষ্ঠী মৰ্চা আৰু অনুসুচীত জাতি মৰ্চাৰ তত্বাৱধানত বৰহাট মণ্ডলৰ সহযোগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ উপলক্ষে

বিনামূলীয়া স্বাস্থ্য শিৱিৰ আজি বৰহাট চাহ বাগিচাত অনুষ্ঠিত হয়।বিনামূলীয়া শিৱিৰত অঞ্চলটোৰ বহু লোকক স্বাস্থ্য পৰীক্ষা, চিকিৎসা কৰাৰ লগতে ৰোগীক বিনামূলীয়া কৈ ঔষধ প্ৰদান কৰে।