# দেওবাৰে নিশা বোকাখাতৰ ৰজাবাৰীত এক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এখন XUV আৰু এখন PIKUP ভানৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত XUV আৰু PIKUP ভানত থকা ৬ জন লোক গুৰুতৰভাৱে আহত হয় ৷ গুৱাহাটীৰ পৰা গোলাঘাট অভিমুখী NL 04 C 2022 নম্বৰৰ XUV খনত এগৰাকী যুৱতীসহ ৫ জন লোক গুৱাহাটীৰ পৰা গোলাঘাটলৈ বুলি গৈ থকা অৱস্থাত শিৱসাগৰৰ পৰা নগাঁৱলৈ আহি থকা AS 02 BC 6131 নম্বৰৰ PIKUP ভানৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ৷ সংঘৰ্ষত XUV খনত থকা এগৰাকী যুৱতীৰ সৈতে ৫ জন আৰু PIKUP ভানৰ চালকজন গুৰুতৰভাৱে আহত হয় ৷ আহত আটাইকে বোকাখাত চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে JMCH লৈ প্ৰেৰণ কৰে ৷ আহত কেইজন পিকআপ ভানখনৰ চালক হোজাইৰ আবেদ আলিৰ লগতে গোলাঘাট এৰেঙ্গাপাৰৰ প্ৰিয়াকং বিজয় শইকীয়া, তেজপুৰৰ সাগৰ চেত্ৰী, গোলাঘাট আমোলাপত্তীৰ অভিলাষ নেওগ, গোলঘাট মিচনপট্টিৰ ঋষিকেশ দত্ত আৰু সোণালিকা দেৱী ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બનાસકાંઠામાં પીવાના પાણીની સમસ્યા
#buletinindia #gujarat #banaskantha
পুখুৰীৰ মাছ আৰু কাছৰে দৰ্শনীয় হৈ পৰিছে পশ্চিম ছিপাঝাৰৰ পদ্মাথান দেৱালয়।
পশ্চিম দৰঙৰ পদ্মাঝাৰত থকা ঐতিহাসিক পদ্মাথান দেৱালয়। বিনন্দীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰ-পুৰ...
NOURISHES FOOD FOR HEALTHY FREAKS FOR YOGA DAY FROM PLATFORM 65
Bengaluru, 20 June 2023: Who doesn't enjoy meals that are both delicious and healthy? Imagine...