পশ্চিম দৰঙৰ পদ্মাঝাৰত থকা ঐতিহাসিক পদ্মাথান দেৱালয়। বিনন্দীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰ-পুৰ পৌৰাণিক দেৱালয়খনৰ সৌন্দৰ্যত অধিক মাত্ৰা যোগাইছে দেৱালয়ৰ পুখুৰীত থকা মাছ আৰু কাছসমূহে। দেৱী পদ্মাৰ আৰাধনাৰ থলি এই দেৱালয়ত বছৰটোত সোঁত বয় অগণন ভক্তৰ। দেৱীৰ আশিষ বিচাৰি অহা ভক্তসকলে পুখুৰীত থকা মাছ আৰু কাছসমূহক খাদ্য দি সেইবোৰৰ জলকেলি উপভোগ কৰি মনোৰঞ্জন লাভ কৰিব পাৰে। আনবাৰৰ দৰে এইবাৰো পদ্মাথান দেৱালয়ত উলহ-মালহেৰে উৎযাপন কৰা হ'ব দুৰ্গাপূজা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
यूपीआई के जरिये लेनदेन जुलाई में रिकॉर्ड 6 अरब के पार, 2016 से अब तक का सर्वाधिक आंकड़ा
प्रधानमंत्री नरेंद्र मोदी (PM Modi) ने मंगलवार को यूपीआई (UPI) के जरिये जुलाई में रिकॉर्ड लेनदेन...
દાહોદ જિલ્લા સેવા સદન ખાતે જિલ્લા સંકલન અને ફરિયાદ સમિતિની બેઠક ડીડીઓની અધ્યક્ષતામાં યોજાઇ
જિલ્લા સેવા સદન ખાતે જિલ્લા સંકલન અને ફરિયાદ સમિતિની બેઠક ડીડીઓશ્રીની અધ્યક્ષતામાં યોજાઇ
જિલ્લા...
વડોદરામાં નવરાત્રી પર્વની ઉજવણી
#buletinindia #gujarat #vadodara
Sehat Talk with Isha Bhatia Sanan S2, Ep9: Understanding PMS [पीरियड्स से पहले गुस्सा क्यों आता है?]
Sehat Talk with Isha Bhatia Sanan S2, Ep9: Understanding PMS [पीरियड्स से पहले गुस्सा क्यों आता है?]