# দেওবাৰে নিশা বোকাখাতৰ ৰজাবাৰীত এক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এখন XUV আৰু এখন PIKUP ভানৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত XUV আৰু PIKUP ভানত থকা ৬ জন লোক গুৰুতৰভাৱে আহত হয় ৷ গুৱাহাটীৰ পৰা গোলাঘাট অভিমুখী NL 04 C 2022 নম্বৰৰ XUV খনত এগৰাকী যুৱতীসহ ৫ জন লোক গুৱাহাটীৰ পৰা গোলাঘাটলৈ বুলি গৈ থকা অৱস্থাত শিৱসাগৰৰ পৰা নগাঁৱলৈ আহি থকা AS 02 BC 6131 নম্বৰৰ PIKUP ভানৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ৷ সংঘৰ্ষত XUV খনত থকা এগৰাকী যুৱতীৰ সৈতে ৫ জন আৰু PIKUP ভানৰ চালকজন গুৰুতৰভাৱে আহত হয় ৷ আহত আটাইকে বোকাখাত চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে JMCH লৈ প্ৰেৰণ কৰে ৷ আহত কেইজন পিকআপ ভানখনৰ চালক হোজাইৰ আবেদ আলিৰ লগতে গোলাঘাট এৰেঙ্গাপাৰৰ প্ৰিয়াকং বিজয় শইকীয়া, তেজপুৰৰ সাগৰ চেত্ৰী, গোলাঘাট আমোলাপত্তীৰ অভিলাষ নেওগ, গোলঘাট মিচনপট্টিৰ ঋষিকেশ দত্ত আৰু সোণালিকা দেৱী ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सुकेत में झूमकर बरसे बदरा, उमस भरी गर्मी से मिली राहत, फसलों को मिला जीवनदान
रामगंजमण्डी
सुकेत में कई दिनों से आसमान में घुमड़ कर आ रहे बादल आखिरकार शनिवार को झूमकर बरसे एक ओर...
অসমৰ বিশিষ্ট অভিনেতা প্ৰানজিত দাসৰ দেহাৱসান
অসম মঞ্চ তথা বোলছবি জগতৰ বলিষ্ঠ অভিনেতা প্ৰানজিত দাসৰ আজি পূৱাই মৃত্যুৰ বাতৰি পোৱাৰ পিচতে...
RPSC के 3 पूर्व अध्यक्षों पर लगे गंभीर आरोप, किरोड़ी लाल ने CMO से लगाई ये गुहार; RAS टॉपर्स पर उठाए सवाल
राजस्थान में मंत्री पद से इस्तीफा देकर बैठे किरोड़ीलाल मीना सोमवार को सीएम से मिलने सीएम कार्यालय...
પીએમ મોદીના આગમનને લઈને બોડેલીના મનોજભાઈ અગ્રવાલ એ શું કહ્યું
પીએમ મોદીના આગમનને લઈને બોડેલીના મનોજભાઈ અગ્રવાલ એ શું કહ્યું
कांग्रेस के झगड़े सुलझा संगठन को स्थिरता देने में प्रभावी साबित हो रहे खरगे, नेताओं की गुटबाजी को किया हल
नई दिल्ली। राजस्थान कांग्रेस में मुख्यमंत्री अशोक गहलोत और पूर्व डिप्टी सीएम सचिन पायलट के...