আজি নলবাৰী চহৰত জিলাখনৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ উপস্থিত হৈ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ত এটি পেঞ্চন কেন্দ্ৰ আনুষ্ঠানিক ভাবে মুকলি কৰে৷পেঞ্চন কেন্দ্ৰটো মুকলি কৰি মন্ত্ৰী গৰাকীয়ে কয় যে ইয়াৰ পৰা অৱসৰপ্ৰাপ্ত শিক্ষক সকল যথেষ্ট উপকৃত হব৷তেওঁ পাচ বছৰে নলবাৰী চহৰত অসম্পূৰ্ণ হৈ থকা উৰনীয়া সেতু দুখন সোনকালে সম্পূৰ্ণ হব বুলি স্পষ্ট ঘোষনা কৰে৷