মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল ৰাজ্য এক লাখ নিবনুৱাক চৰকাৰী চাকৰি প্ৰদান কৰা । প্ৰতিশ্ৰুতি দিয়া অনুসৰি নিযুক্তি প্ৰক্ৰিয়া কিছু লেহেমীয়া হোৱাত বিৰোধীৰ লগতে ৰাজ্যৰ দল- সংগঠন সমূহে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল । কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধীয়ে কৰা সমালোচনাৰ উত্তৰ ক্ৰমাৎ দি গৈছে । আজি গুৱাহাটীৰ খানাপাৰাত কেইবাহাজাৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে ৰাজ্য চৰকাৰে। মন্ত্ৰী পীয়ূষ হাজৰিকা, ৰঞ্জিত দাস, কেশৱ মহন্ত, অতুল বৰাকে ধৰি কেইবা গৰাকীও মন্ত্ৰী–বিধায়কৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিলে । ৰাজ্য চৰকাৰৰ এই বৃহৎ নিযুক্তিক লৈ মৰাণত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই। ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানৰ বাবে চৰকাৰে যি চেষ্টা কৰিছে তাৰ বাবে চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিলে এ জে ৱাই চি পিৰ সভাপতি গৰাকীয়ে । লগতে চৰকাৰে দিয়া নিযুক্তি যাতে স্বচ্ছ আৰু নিকা হয় তাৰবাবে গুৰুত্ব দিয়ক আৰু ৰাজ্যৰ নিবনুৱা সমস্যাটো যাতে স্থায়ী সমাধান হয় তাৰ বাবে চৰকাৰক কাম কৰাৰ বাবে আহ্বান জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Rahul Gandhi Full Speech In Parliament: संसद से राहुल गांधी का पूरा भाषण, भाषण के दौरान हुआ हंगामा
Rahul Gandhi Full Speech In Parliament: संसद से राहुल गांधी का पूरा भाषण, भाषण के दौरान हुआ हंगामा
कांग्रेस में सीएम पद पर रार, शिवकुमार के साथ चल रही मनमुटाव की खबरों पर सिद्धारमैया ने कही ये बात
आगामी कर्नाटक विधानसभा चुनाव से पहले कांग्रेस पार्टी में मुख्यमंत्री पद को लेकर खींचतान...
સુરતઃ ગણપતિ આગમન યાત્રા દરમિયાન ફાયર સ્ટંટ કરતા યુવાનો દાઝી ગયા, અફરાતફરી મચી
ગણપતિ ઉત્સવ દરમિયાન સ્ટંટના ઘણા કિસ્સા નોંધાયા છે. યુવાનો તેમના અતિશય ઉત્સાહને કારણે ઘણીવાર...
ડીસા માં મતદાન દિવસ માટે જાહેરનામું
ડીસા માં મતદાન દિવસ માટે જાહેરનામું
માળીયા હાટીના શહેરમાં દે દનાદન મેધરાજાની એન્ટ્રી...બજારોમાં પાણી ફરી વળેલા
માળીયા હાટીના શહેરમાં દે દનાદન મેધરાજાની એન્ટ્રી...બજારોમાં પાણી ફરી વળેલા