বোকাখাত আৰক্ষীৰ জালত গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়িত দুজন । মঙলবাৰে গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়িত দুজন ব্যক্তিক গড়ঁৰ খৰ্গসহ আটক কৰে বোকাখাট আৰক্ষীয়ে ৷ আৰক্ষীৰ অভিযান চলাই বোকাখাতৰ ম’হমাইকী গাঁৱৰ নিজা বাসগৃহৰ পৰা ভক্ত বাহাদুৰ থাপা নামৰ এজন লোকক আটক কৰে ৷পৰৱৰ্তী সময়ত ধৃত ভক্ত বাহাদুৰ থাপাৰ স্বীকাৰোক্তিৰ ভিত্তিত আন এজনক আটক কৰে আৰক্ষীয়ে। বোকাখাত আৰক্ষীয়ে বোকাখাত আমটেঙা গাঁৱৰ নিৱাসী বোধেশ্বৰ চিন্তে ওৰফে বুধাই চিন্তেক গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়়িত থকাৰ অপৰাধত আটক কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Police raid to capture Cherishterfield Thangkhiew was a botched up Operation: Report
Police raid to capture Cherishterfield Thangkhiew was a botched up Operation: Report
Share Market Rally Today | Portfolio Tips: अपने Portfolio पर आपको कितना है भरोसा? | Traders Hotline
Share Market Rally Today | Portfolio Tips: अपने Portfolio पर आपको कितना है भरोसा? | Traders Hotline
অভিনেতা আশীষ বিদ্যাৰ্থী হ'ল অসমৰ জোৱাই
ৰূপালী বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ল বিশিষ্ট অভিনেতা আশীষ বিদ্যার্থী।
વેપારીઓ સાથે ચીફ ઓફિસરે અગત્યની બેઠક યોજી....
વેપારીઓ સાથે ચીફ ઓફિસરે અગત્યની બેઠક યોજી....