আজিৰ খবৰ, গুৱাহাটী, ১৫ জুলাই, ২০২২ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখ চেকগেটৰ ৰূপকোঁৱৰ হাউছিং কমলেক্সস্থিত বৰ্ণিল ফাইন আৰ্টছ স্কুলৰ উদ্যোগত ১১ জুলাইৰপৰা ১৩ জুলাইলৈ এক তিনিদিনীয়াকৈ গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হয় । ১১ জুলাইত বন্তি প্ৰজ্বলনৰে কৰ্মশালাৰ শুভাৰম্ভ কৰে ৰূপকোঁৱৰ হাউছিং কমপ্লেক্সৰ সভাপতি কমলাকান্ত দাস আৰু সম্পাদক শুভেশ্বৰ নাথে । আনহাতে চন্দনা পাঠক আৰু নিমাক্ষী ডেকাৰ তত্বাৱধানত অনুষ্ঠিত কৰ্মশালাত ভাগ লোৱা শিক্ষাৰ্থী সকলক পেলনীয়া সামগ্ৰীৰে শিল্প নিৰ্মাণ, কেনভাচ পেইন্টিং আৰু মৃৎশিল্প প্ৰস্তুত কার্য শিকোৱা হয় | সামৰণি অনুষ্ঠানত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰঞ্জিত দাস, অৱসৰপ্ৰাপ্ত সেনা বিষয়া গিৰীশ পাঠক, মুকুল কলিতাই উপস্থিত থাকি অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰাৰ লগতে শিক্ষাৰ্থী সকলক মানপত্ৰ প্ৰদান কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শদিয়াৰ শ্ৰী শ্ৰী সৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে দুৰ্গা পূজা স্থলীৰ পৰা কি বাৰ্তা দিব বিচাৰিছে শুনক উদযাপন সমিতিৰ বিষয়ববিয়াৰ মুখেৰে।
শদিয়াৰ শ্ৰী শ্ৰী সৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে কি বাৰ্তা দিব বিচাৰিছে শুনক উদযাপন সমিতিৰ মুখেৰে।
કાલોલ મામલતદારને હિન્દુસ્તાન ખેડુત સેના એ વિવિધ પ્રશ્નો અંગે આવેદન પત્ર આપ્યુ
કાલોલ મામલતદાર કચેરીમાં મુખ્યમંત્રી ને ઉદ્દેશી હિન્દુસ્તાન ખેડુત સેના દ્વારા આવેદન પત્ર આપ્યુ...
દાંતીવાડા નજીક આવેલ રાણીટુંક પર્વતીય ડુંગરને લીલીછમ બનાવવા બનાસ મેડિકલ કોલેજ પરિવાર દ્વારા ૧૫૦૦૦
દાંતીવાડા નજીક આવેલ રાણીટુંક પર્વતીય ડુંગરને લીલીછમ બનાવવા બનાસ મેડિકલ કોલેજ પરિવાર દ્વારા ૧૫૦૦૦
দ্বিতীয় দিনাও উত্তাল প্ৰতিবাদ, স্মাৰকপত্ৰ প্ৰদান
দ্বিতীয় দিনাও উত্তাল প্ৰতিবাদ, স্মাৰকপত্ৰ প্ৰদান। চাহ শ্ৰমিকৰ প্ৰাপ্য আদায়ৰ দাবীত দ্বিতীয়...
ગુજરાતમાં પશુઓમાં જોવા મળ્યો જીવલેણ લમ્પી વાઇરસ.
રાજ્ય સરકારના પશુપાલનવિભાગ દ્વારા શંકાસ્પદ પશુઓના નમૂના લેવાઈ રહ્યા છે અને પુરજોશથી રસીકરણ કરાઈ...