মেলামৰা চিনিয়ৰ চেকেণ্ডাৰী স্কুলত নৱাগত আদৰণি সভা সম্পন্ন ৷ নৱাগত আদৰণি সভা উপলক্ষে ভাৰপ্ৰাপ্ত অধ্যক্ষা মালবিকা কাকতিয়ে জুনিয়ৰ কলেজৰ পতাকা উত্তোলনৰে দিনটোৰ কাৰ্যসূচী শুভাৰম্ভ কৰে ৷ ইয়াৰোপৰি মেলামৰা চেকেণ্ডাৰী স্কুলৰ বাৰ্ষিক প্ৰাচীৰ পত্ৰিকা “ জোনাক” উন্মোচন কৰে অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ অজিত শইকীয়াই ৷ মেলামৰা চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৯ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় এই অনুষ্ঠানতে। দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে অতি আড়ম্বৰপূৰ্ণভাৱে নৱাগত আদৰণি সভা সম্পন্ন হ’ল মেলামৰা চিনিয়ৰ চেকেণ্ডাৰী স্কুলত ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शरीर को हेल्दी और फिट रखना है तो ये Vitamin और Mineral साथ में न लें | Sehat ep 722
शरीर को हेल्दी और फिट रखना है तो ये Vitamin और Mineral साथ में न लें | Sehat ep 722
সমষ্টিবাসীয়ে অকৰ্মন্য বিধায়ক আখ্যা দিলে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক
ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক অকমণ্য বিধায়ক আখ্যা নিজ সমষ্টিৰ ৰাইজৰ। বিধায়ক জনৰ বাসগৃহ লৈ যোৱা...
MONIN launches its second Indian flagship 'Experience Studio' in Bengaluru
MONIN launches its second Indian flagship 'Experience Studio' in Bengaluru
মৰাণত অসম গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক প্ৰয়াত হৰিনাৰায়ণ বৰুৱা মৃত্যু তিথি উদপান
মৰাণত অসম গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক প্ৰয়াত হৰিনাৰায়ণ বৰুৱা মৃত্যু তিথি উদপান