সোমবাৰে টিংখাঙৰ ৰাজগড় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় আৰু ৰাজগড় মহাবিদ্যালয়ৰ ত্ৰয়োবিংশতিতম প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে ছাত্ৰ ছাত্ৰী সকলে এক সাংস্কৃতিক শোভাযাত্ৰাৰ বাহিৰ কৰে । সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী বিমল বৰাই।