আজিৰ খবৰ, গুৱাহাটী, ১৫ জুলাই, ২০২২ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখ চেকগেটৰ ৰূপকোঁৱৰ হাউছিং কমলেক্সস্থিত বৰ্ণিল ফাইন আৰ্টছ স্কুলৰ উদ্যোগত ১১ জুলাইৰপৰা ১৩ জুলাইলৈ এক তিনিদিনীয়াকৈ গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হয় । ১১ জুলাইত বন্তি প্ৰজ্বলনৰে কৰ্মশালাৰ শুভাৰম্ভ কৰে ৰূপকোঁৱৰ হাউছিং কমপ্লেক্সৰ সভাপতি কমলাকান্ত দাস আৰু সম্পাদক শুভেশ্বৰ নাথে । আনহাতে চন্দনা পাঠক আৰু নিমাক্ষী ডেকাৰ তত্বাৱধানত অনুষ্ঠিত কৰ্মশালাত ভাগ লোৱা শিক্ষাৰ্থী সকলক পেলনীয়া সামগ্ৰীৰে শিল্প নিৰ্মাণ, কেনভাচ পেইন্টিং আৰু মৃৎশিল্প প্ৰস্তুত কার্য শিকোৱা হয় | সামৰণি অনুষ্ঠানত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰঞ্জিত দাস, অৱসৰপ্ৰাপ্ত সেনা বিষয়া গিৰীশ পাঠক, মুকুল কলিতাই উপস্থিত থাকি অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰাৰ লগতে শিক্ষাৰ্থী সকলক মানপত্ৰ প্ৰদান কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
તીક્ષ્ણ હથિયાર સાથે શખ્સ ઝડપાયો...
ડીસામાં તીક્ષ્ણ હથિયાર સાથે શખસ ઝડપાયો: ચપ્પુ સાથે યુવકની અટકાયત કરવામાં આવી; શહેર ઉત્તર પોલીસે...
*দেৰগাঁৱৰ আমগুৰিত যোৰহাটত এদল দানৱৰূপী মানৱৰ হাতত অকালতে মৃত্যু হোৱা ছাত্ৰ নেতা অনিমেষ ভূঞাৰ সপোনৰ
*দেৰগাঁৱৰ আমগুৰিত যোৰহাটত এদল দানৱৰূপী মানৱৰ হাতত অকালতে মৃত্যু হোৱা ছাত্ৰ নেতা অনিমেষ ভূঞাৰ...
ડીસા પાલિકાની ડમ્પિગ સાઈડ ખાતે પાર્ટીના આગેવાનો હોદેદારો મુલાકાત કરી સાથે વુક્ષારોપણ કાર્યકમ યોજાયો.
ડીસા પાલિકાની ડમ્પિગ સાઈડ ખાતે પાર્ટીના આગેવાનો હોદેદારો મુલાકાત કરી સાથે વુક્ષારોપણ કાર્યકમ યોજાયો.
हाड़ौती के 151 भक्तो ने पौष पूर्णिमा पर महाकुम्भ 2025 के श्री गणेश के साथ संगम में किया स्नान
भगवान श्री पिप्पलेश्वर महादेव सेवा समिति और दिवाथर्व विकास फाउंडेशन कोटा, की ओर से 151 भक्तों के...
ৰাইজে নিজৰ গাথিৰ ধন ভাগি পথ মেৰামতি বৰমাৰ ভোগপুৰৰ পৰা মেদাঘাট হৈ মুছলপুৰ সংযোগী পথ
বৰমা:
পৰিবৰ্তনৰ শ্লোগানেৰে বিটিআৰৰ গাদী দখল কৰা UPPL-BJP মিত্ৰজোটৰ চৰকাৰৰ দিনত নিজ গাঠিৰ ধনেৰে...