সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ অধীনত থকা ফিল’বাৰী আঞ্চলিক ছাত্ৰ সন্থা আনুষ্ঠানিকভাবে ভংগ ঘোষণা জিলা ছাত্ৰ সন্থাৰ

বৃস্পতিবাৰে তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষীয়ে ফিল’বাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি পৰাগ হাজৰিকাসহ আন দুজন ব্যক্তিক এখন বলেৰ সৈতে ২৭ কাৰ্টুন অৰুণাচলী সুৰ জব্দ কৰিছিল আৰক্ষীয়ে৷