ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ গঁড় চিকাৰৰ সলনি দুস্প্ৰাপ্য পিপলি চেং মাছ চিকাৰত নামিছে চোৰাং চিকাৰী৷ মংগলদৈ আৰক্ষীয়ে তিনিটা দুস্প্ৰাপ্য মাছৰ সৈতে আটক কৰে ৰফিকুল ইছলাম আৰু আব্দুৰ ৰছিদ নামৰ দুই চোৰাংচিকাৰীক৷ জানিব পৰা মতে এটা মাছ ২৫ হেজাৰ টকাত বিক্ৰী কৰিবলৈ গুৱাহাটীলৈ লৈ যাওতে আৰক্ষীয়ে আটক কৰে৷ উল্লেখ্য যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনত থকা বিভিন্ন বিলত মাছ ধৰিবলৈ প্ৰৱেশ কৰিছে চোৰাংচিকাৰীয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાજુલાના ચારનાળા નજીક ફોરવ્હીલ કાર પલ્ટી મારતા અકસ્માત સર્જાયો...... ભાવનગર- સોમનાથ નેશનલ હાઇવે પર અકસ્માત સર્જાયો હતો.
રાજુલાના ચારનાળા નજીક ફોરવ્હીલ કાર પલ્ટી મારતા અકસ્માત સર્જાયો......
ભાવનગર- સોમનાથ...
Breaking News:Karnataka में Hijab से Ban हटा | Karnataka Hijab Ban | Karnataka News | BJP | Congress
Breaking News:Karnataka में Hijab से Ban हटा | Karnataka Hijab Ban | Karnataka News | BJP | Congress
Crude Price Fall Benefits LIVE | Top 20 Stocks Today:आज बाजार में कौन से स्टॉक्स से बनेगा पैसा?
Crude Price Fall Benefits LIVE | Top 20 Stocks Today:आज बाजार में कौन से स्टॉक्स से बनेगा पैसा?
ৰহাত আৰোগ্য নিধি ৰ চেক বিতৰন কৰে বিধায়ক শশীকান্ত দাসে
ৰহা ৰ ডিমৌচাৰিআলী স্থিত ৰাজহুৱা ভবনত দিনৰ ১১বজাত অনুষ্ঠিত ৰোগাক্ৰান্ত লোকসকলৈ আৰ্থিক সাহাৰ্য্য...
ગુજરાતી ફિલ્મ વ્હાલમ જાઓને ના સ્ટારકાસ્ટ પ્રતીક ગાંધી અને દિક્ષા જોષીએ પોતાની આગામી ફિલ્મ વિશે રસપ્રદ વાતો શેર કરી
શું ‘વ્હાલમ જાઓ ને’માં પ્રતિક ગાંધીની સ્ટાઇલ રણવીર સિંહ જેવી છે?* હા, તમે સાચું...