তেজপুৰ সংসদীয় সমষ্টিৰ সাংসদ পল্লবলোচন দাসে আজি নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ সদস্যসকলৰে এক সৌহাদ্যপূৰ্ণ আলোচনাত মিলিত হয় ৷ কেইবাটাও কাৰ্যসুচী লৈ নাৰায়ণপুৰলৈ অহা সাংসদগৰাকীয়ে নাৰায়ণপুৰ প্ৰেছ ক্লাবলৈ আহি সাংবাদিকসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে সৌহাদ্যপূৰ্ণ আলোচনাত মিলিত হয় ৷ অসম সাহিত্যসভাৰ আগন্তুক নাৰায়ণপুৰ অধিৱেশনৰ বাবে প্ৰেছ ক্লাবটোত প্ৰয়োজন হোৱা আন্তঃগাঁথনি উন্নয়ণ কৰাৰ আশ্বাস প্ৰদান কৰে সাংসদগৰাকীয়ে ৷ সাংসদগৰাকীৰ সৈতে বিজেপিৰ লখিমপুৰ জিলা সভাপতি ফনীধৰ বৰুৱা , নাৰায়ণপুৰ পৌৰসভাৰ উপ পৌৰপতি বিৰাজ ভূঞা প্ৰমুখ্যে বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બનાસકાંઠાના થરાદમાં ASP તરીકે ફરજ બજાવતા IPS પૂજા યાદવ ની બઢતી તેમજ બદલી થતા ભવ્ય વિદાય અપાઇ
બનાસકાંઠાના થરાદમાં ASP તરીકે ફરજ બજાવતા IPS પૂજા યાદવ ની બઢતી તેમજ બદલી થતા ભવ્ય વિદાય અપાઇ
হোজাইৰ দীঘলবালিত এজাক বন্যহস্তীৰ জাকে খাদ্যৰ সন্ধানত কেনেকৈ ওলাই আহিছে চাওক
হোজাইত খাদ্যৰ সন্ধানত জনাঞ্চলত ওলাই অহা বনৰীয়া হাতীৰ মাজত চলিছে ক্ষমতাৰ যুজঁ।।কি পোৱালি হাতী কি...
अजमेर स्मार्ट सिटी प्रशासन और सरकार के खिलाफ सड़कों पर उतरी अजमेर की जनता फॉय सागर रोड मुख्य मार्ग का चक्का जाम कर जनता कर रही है विरोध प्रदर्शन। | By Data News | Facebook
अजमेर स्मार्ट सिटी प्रशासन और सरकार के खिलाफ सड़कों पर उतरी अजमेर की जनता फॉय सागर रोड मुख्य...
ৰঙিয়া আৰক্ষীৰ বৃহৎ সফলতা
ৰঙিয়া আৰক্ষীৰ বৃহৎ সফলতা । বন্যপ্ৰাণী সৰবৰাহ কৰা আন্তঃৰাষ্ট্ৰীয় বৃহৎ দল উৎখাত ৰঙিয়া আৰক্ষীৰ ।...
पीएम मोदी के पास पहुंचा अकांक्षा का बनाया स्केच, पत्र लिखकर प्रधानमंत्री ने दिया आशीष
नई दिल्ली। प्रधानमंत्री नरेंद्र मोदी ने आकांक्षा नाम की एक लड़की को एक पत्र लिखा है, जिसने 2...