ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ গঁড় চিকাৰৰ সলনি দুস্প্ৰাপ্য পিপলি চেং মাছ চিকাৰত নামিছে চোৰাং চিকাৰী৷ মংগলদৈ আৰক্ষীয়ে তিনিটা দুস্প্ৰাপ্য মাছৰ সৈতে আটক কৰে ৰফিকুল ইছলাম আৰু আব্দুৰ ৰছিদ নামৰ দুই চোৰাংচিকাৰীক৷ জানিব পৰা মতে এটা মাছ ২৫ হেজাৰ টকাত বিক্ৰী কৰিবলৈ গুৱাহাটীলৈ লৈ যাওতে আৰক্ষীয়ে আটক কৰে৷ উল্লেখ্য যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনত থকা বিভিন্ন বিলত মাছ ধৰিবলৈ প্ৰৱেশ কৰিছে চোৰাংচিকাৰীয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Anju Nasrullah News: 'भारत एक सम्मानित देश है, मैं शर्मिंदा हूं Anju के पिता ने सरकार से मांगी माफी
Anju Nasrullah News: हिन्दुस्तान से पाकिस्तान अपने दोस्त से मिलने गई अंजू के पिता गया प्रसाद थॉमस...
नवनियुक्त पुलिस अधीक्षक राजेंद्र कुमार मीणा ने किया पदभार ग्रहण।
नवनियुक्त पुलिस अधीक्षक राजेंद्र कुमार मीणा ने किया पदभार ग्रहण
जिला पुलिस अधीक्षक...
Assam, Meghalaya CMs in close touch post incident
As tension prevailed along the Assam-Meghalaya border following the untoward incident at Mukroh...
પોરબંદરમાં કાચબા છટકબારી નેટ માટે વોર્કશોપ યોજાયો
એમપેડા, સીઆઇએફટી અને નેટફિશ દ્વારા માછીમારો માટે આયોજિત વર્કશોપમાં માર્ગદર્શન અપાયું.
૦૦...
ધ ફ્લેમ ઓફ ફોરેસ્ટ અંગે જાણકારી
આવો જાણીએ ખાખરો વૃક્ષ વિશે..
શિયાળાના અંતે આવતા કેસરી, સળગતી જ્યોત જેવા ફૂલોના કારણે...